২০ ছেপ্টেম্বৰ
তাৰিখ
(ছেপ্টেম্বৰ ২০ৰ পৰা পুনঃনিৰ্দেশিত)
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
২০ ছেপ্টেম্বৰ (ইংৰাজী: 20 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৩তম (অধিবৰ্ষত ২৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৭৮ - দা হিন্দু (The Hindu) নামৰ ইংৰাজী বাতৰি কাকতখন প্ৰথম প্ৰকাশ পায়।
- ১৯৮৪ - লেবানৰ ৰাজধানী বেইৰুট স্থিত আমেৰিকাৰ দূতাবাসত এক আত্মঘাতী বোমা বিষ্ফোৰণ সংঘটিত হৈছিল।
জন্ম
সম্পাদনা কৰক- ১৮৫৩ - চুলালংকৰন, থাইলেণ্ডৰ ৰজা।
- ১৯৪৩ - জয়ন্ত হাজৰিকা, প্ৰয়াত কণ্ঠশিল্পী।
- ১৯৪৯ - মহেশ ভট্ট, ভাৰতৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক।
- ১৯৮৩ - বৰষা ৰাণী বিষয়া, অভিনেত্ৰী।
- ১৯৮৮ - খবিব নুৰমাগ'মেদভ, সমৰ কলাবিদ, ইউ এফ চি (UFC) চেম্পিয়ন।
- ১৯৯৮ - ৰছীদ খান, আফগানিস্থানৰ ক্ৰিকেট খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ১৩৮৮ - ফিৰোজ শ্বাহ টোঘলক, দিল্লীৰ চুলটান।
- ১৮১৯ - এব্বে ফৰিয়া, দাৰ্শনিক আৰু মনোবিজ্ঞানী, সন্মোহন বিদ্যাৰ অধ্যয়ন কৰোঁতা।
- ১৯২৮ - শ্ৰী নাৰায়ণ গুৰু, দাৰ্শনিক আৰু সমাজ সেৱক।
- ১৯৩৩ - এনী বেছাণ্ট (Annie Besant), ইংৰাজ সমাজকৰ্মী, লেখিকা আৰু বক্তা আছিল।
- ১৯৪২ - কনকলতা বৰুৱা, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়। তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।
- ১৯৪২ - মুকুন্দ কাকতি, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে কনকলতা বৰুৱাৰ সৈতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়।
- ২০১৫ - জগমোহন ডালমিয়া, ভাৰতৰ এগৰাকী উদ্যোগপতি আৰু ক্ৰিকেট প্ৰশাসক।
দিৱস
সম্পাদনা কৰক- সংবিধান দিৱস (নেপাল)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২০ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |