৯ জানুৱাৰী
তাৰিখ
(০৯ জানুৱাৰীৰ পৰা পুনঃনিৰ্দেশিত)
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
৯ জানুৱাৰী (ইংৰাজী: 9 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৬টা দিন (অধিবৰ্ষত ৩৫৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
সম্পাদনা কৰক- ১৯১৫ - জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন।
- ১৯৫১ - ৰাষ্ট্ৰসংঘৰ নিউ য়ৰ্ক স্থিত কাৰ্য্যালয়ৰ মুকলি।
জন্ম
সম্পাদনা কৰক- ১৮৩১ - ফাতিমা শ্বেখ, ভাৰতীয় শিক্ষাবিদ আৰু সমাজ সংস্কাৰক।
- ১৯২২ - হৰগোবিন্দ খোৰানা, ভাৰতীয় বংশোদ্ভৱ নোবেল বটা বিজয়ী প্ৰখ্যাত চিকিৎসা বিজ্ঞানী।
- ১৯২৬ - ধৰণী বৰ্মণ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক।
- ১৯২৭ - সুন্দৰলাল বহুগুণা, ভাৰতীয় গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতা।
- ১৯৫৫ - সুব্ৰমনিয়ম জয়শংকৰ, ভাৰতীয় কূটনীতিবিদ আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী।
- ১৯৬৫ - ফাৰাহ খান, ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক।
- ১৯৭৪ - ফাৰহান আখতাৰ, বলীউদ গায়ক, অভিনেতা তথা চিত্ৰ নিৰ্মাতা।
- ২০০০ - হিমা দাস, অসমীয়া দৌৰবিদ।
মৃত্যু
সম্পাদনা কৰক- ১৯৯৬ - ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।
- ২০২৪ - ভূপেন উজীৰ, অসমৰ সংগীতজ্ঞ।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৯ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |