৭ ছেপ্টেম্বৰ

তাৰিখ
(০৭ ছেপ্টেম্বৰৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

৭ ছেপ্টেম্বৰ (ইংৰাজী: 7 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫০তম (অধিবৰ্ষত ২৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


  • ১৯৩১ - লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
  • ১৯৫৬ - তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
  • ১৯৮৮ - মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।

বাহ্যিক সংযোগ

সম্পাদনা কৰক


তথ্য় সূত্ৰ

সম্পাদনা কৰক