অসমৰ সাহিত্যিকসকলৰ তালিকা
ড•পৰীক্ষিত হাজৰিকা
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
নাম | জন্ম | মৃত্যু | আলোকচিত্ৰ | সাহিত্যৰ বিষয় | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি |
---|---|---|---|---|---|
অজিৎ বৰুৱা | ১৯ আগষ্ট, ১৯২৬ | ৩ এপ্ৰিল ২০১৫ | কবিতা, প্ৰবন্ধ, অনুবাদ সাহিত্য, সমালোচক | ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮)[1] সাহিত্য অকাডেমি বঁটা (১৯৯১) অসম উপত্যকা সাহিত্য বঁটা (১৯৯৯) | |
অতুলচন্দ্ৰ হাজৰিকা | ৯ ছেপ্তেম্বৰ, ১৯০৩ | ৭ জুন, ১৯৮৬ | কবিতা নাটক শিশু সাহিত্য প্ৰবন্ধ আত্মজীৱনী |
সাহিত্য অকাডেমি বঁটা[3] পদ্মশ্ৰী বঁটা (১৯৭১), সাহিত্যচাৰ্য | |
অতুলানন্দ গোস্বামী | ১৯৩৫ | ২৭ জুলাই ২০২২ | গল্প, প্ৰবন্ধ | অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা ‘কথা’ বঁটা ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ সাহিত্য অকাডেমি বঁটা | |
অপূৰ্ব শৰ্মা | ১৯৪৩ | বৰ্তমান | গল্প, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
অৰুণ শৰ্মা | ১৯৩১ | বৰ্তমান | নাটক, উপন্যাস | সাহিত্য অকাডেমি বঁটা অসম উপত্যকা সাহিত্য বঁটা সংগীত নাটক একাডেমী বঁটা | |
অৰূপা পটংগীয়া কলিতা | ১৯৫৬ | বৰ্তমান | কবিতা, গল্প | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
অনুৰাধা শৰ্মা পূজাৰী | ১৯৬৪ | বৰ্তমান | উপন্যাস | কুমাৰ কিশোৰ সোঁৱৰণি বঁটা | |
অম্বিকাগিৰী ৰায়চৌধুৰী | ১৮৮৫ | ২ জানুৱাৰী, ১৯৬৭ | কবিতা, উপন্যাস | সাহিত্য অকাডেমি বঁটা | |
আনন্দ চন্দ্ৰ আগৰৱালা | ১৮৭৪ | ১৯৩৯ | কবিতা | "ভাঙনি কোঁৱৰ" আৰু "বিহগী কবি" উপাধি প্ৰদান | |
আনন্দ চন্দ্ৰ বৰুৱা | জন্ম | মৃত্যু | সাহিত্যৰ বিষয় | সাহিত্য অকাডেমি বঁটা | |
ইমৰাণ স্বাহ | ১৯৩৩ | বৰ্তমান | গল্প. উপন্যাস, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
কবীন ফুকন | ১৯৪৬ | ২৪ মে', ২০১১ | উপন্যাস, প্ৰবন্ধ | ক্ৰান্তিকাল সাহিত্য সন্মান সাহিত্য অকাডেমি বঁটা | |
কাঞ্চন বৰুৱা (ভুৱন মোহন বৰুৱা) | ১৯১৪ | ১৯৯৪ | উপন্যাস | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
কৃষ্ণকান্ত সন্দিকৈ | ২০ জুলাই, ১৮৯৮ | ৭ জুন, ১৯৮২ | প্ৰবন্ধ | পদ্মশ্ৰী বঁটা পদ্মভূষণ বঁটা সাহিত্য অকাডেমি বঁটা | |
কেশৱ মহন্ত | ২০ জানুৱাৰী, ১৯২৬ | ৩০ মাৰ্চ, ২০০৬ | কবিতা, শিশু সাহিত্য, অনুবাদ সাহিত্য | সাহিত্য অকাডেমি বঁটা বিষ্ণু ৰাভা বঁটা ৰঘুনাথ চৌধাৰী বঁটা | |
কেশদা মহন্ত | জন্ম | মৃত্যু | সাহিত্যৰ বিষয় | সাহিত্য অকাডেমি বঁটা | |
চন্দ্ৰকুমাৰ আগৰৱালা | ১৮ নৱেম্বৰ, ১৮৬৭ | ১৯৩৮ | কবিতা | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
চন্দ্ৰপ্ৰসাদ শইকীয়া | ৮ জুলাই, ১৯২৭ | ৮ আগষ্ট, ২০০৬ | উপন্যাস | সাহিত্য অকাডেমি বঁটা | |
চৈয়দ আব্দুল মালিক | ১৬ জানুৱাৰী, ১৯১৯ | ১৯ ডিচেম্বৰ, ২০০০ | উপন্যাস, কবিতা, গল্প, নাটক, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
জীৱন নৰহ | জন্ম | বৰ্তমান | সাহিত্যৰ বিষয় | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
জ্যোতিপ্ৰসাদ আগৰৱালা | ১৭ জুন, ১৯০৩ | ১৭ জানুৱাৰী, ১৯৫১ | কবিতা, গল্প, নাটক, উপন্যাস, প্ৰবন্ধ | ৰূপকোঁৱৰ উপাধিৰে বিভূষিত, শিল্পী দিৱস উদযাপন | |
টেঙ-ঙাই ম'হুং | ১৭১৫ চন | ১৮৩২ চন | উপলব্ধ নাই | অভিধান প্ৰণেতা | |
ডিম্বেশ্বৰ নেওগ | ৭ আগষ্ট, ১৮৯৯ | ১২ নৱেম্বৰ, ১৯৬৬ | কবিতা, উপন্যাস | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
তীৰ্থনাথ শৰ্মা | ২৩ অক্টোবৰ, ১৯১১ | ২৩ অক্টোবৰ, ১৯৮৬ | কবিতা, প্ৰবন্ধ, নাটক, উপন্যাস | সাহিত্য অকাডেমি বঁটা | |
ত্ৰৈলোক্য নাথ গোস্বামী | ২ মাৰ্চ, ১৯০৬ | ২২ ফেব্ৰুৱাৰী, ১৯৮৮[4] | প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা, সাহিত্য সভা বঁটা, অসম প্ৰকাশন পৰিষদ বঁটা | |
ত্ৰৈলোক্য ভট্টাচাৰ্য | ১৯৩৮ | ১ ফেব্ৰুৱাৰী, ২০১৩ | উপন্যাস | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
দীননাথ শৰ্মা[4] | ১৯১৪ | ১৯৮৮ | গল্প, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
দেবেন্দ্ৰ নাথ আচাৰ্য | ১৯৩৭ | ২৯ ছেপ্টেম্বৰ, ১৯৮১ | উপন্যাস, | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
দেৱব্ৰত দাস | ১৯৫০ | বৰ্তমান | গল্প, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
ধ্ৰুৱজ্যোতি বৰা | ১৯৫৫ | বৰ্তমান | উপন্যাস, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
নগেন শইকীয়া | ১১ ফেব্ৰুৱাৰী, ১৯৩৯ | বৰ্তমান | উপন্যাস, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
নৱকান্ত বৰুৱা | ২৯ ডিচেম্বৰ, ১৯২৬ | ১৪ জুলাই, ২০০২ | কবিতা | সাহিত্য অকাডেমি বঁটা | |
নলিনীবালা দেৱী | ২৩ মাৰ্চ, ১৮৯৮ | ২৪ ডিচেম্বৰ. ১৯৭৭ | কবিতা, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা পদ্মশ্ৰী বঁটা | |
নলিনীধৰ ভট্টাচাৰ্য | জন্ম | মৃত্যু | উপন্যাস, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
নিৰ্মলপ্ৰভা বৰদলৈ | ২০ জুন, ১৯৩৩ | ২০০৪ | কবিতা, উপন্যাস, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
নিৰুপমা বৰগোহাঞি | ১৯৩২ | বৰ্তমান | কবিতা | সাহিত্য অকাডেমি বঁটা | |
নিৰোদ চৌধুৰী[4] | ১৯৩৫ | ২০০১ | উপন্যাস, | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
নীলমনি ফুকন(ককা) | জুন, ১৮৮০ | ১৯৭৮ | কবিতা, প্ৰবন্ধ | "বাগ্মীবৰ" উপাধিৰে বিভূষিত | |
নীলমণি ফুকন | ১০ ছেপ্তেম্বৰ, ১৯৩৩ | মৃত্যু | কবিতা | সাহিত্য অকাডেমি বঁটা | |
নীলিম কুমাৰ | ১৯৬২ | বৰ্তমান | কবিতা, উপন্যাস | “উদয় ভাৰতী” ৰাষ্ট্ৰীয় কবিতা বঁটা | |
পদ্মনাথ গোহাঞি বৰুৱা | ২৪ অক্টোবৰ, ১৮৭১ | ৭ এপ্ৰিল, ১৯৪৬ | কবিতা, উপন্যাস | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
পূৰবী বৰমুদৈ | জন্ম | বৰ্তমান | সাহিত্যৰ বিষয় | সাহিত্য অকাডেমি বঁটা | |
বাণীকান্ত কাকতি | ১৫ নৱেম্বৰ, ১৮৯৪ | ১৫ নৱেম্বৰ, ১৯৫২ | প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
বিৰিঞ্চি কুমাৰ বৰুৱা | ১৬ অক্টোবৰ, ১৯০৮ | ৩০ মাৰ্চ, ১৯৬৪ | উপন্যাস, গল্প, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
বিষ্ণুপ্ৰসাদ ৰাভা | ৩১ জানুৱাৰী, ১৯০৯ | ২০ জুন, ১৯৬৯ | উপন্যাস, গল্প, নাটক, প্ৰবন্ধ | "কলাগুৰু" উপাধিৰে বিভূষিত "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা"ৰ আৰম্ভণি | |
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য | ১৪ অক্টোবৰ, ১৯২৪ | ৬ আগষ্ট, ১৯৯৭ | উপন্যাস, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
বীৰেন্দ্ৰ নাথ দত্ত | ১ মাৰ্চ, ১৯৩৫ | ২৩ নৱেম্বৰ ২০২৩ | প্ৰবন্ধ, শিশু সাহিত্য | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
বীৰেশ্বৰ বৰুৱা | ১ ছেপ্টেম্বৰ, ১৯৩৩ | ২০১০ | উপন্যাস, কবিতা, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
বেণুধৰ ৰাজখোৱা | ১৮৭২ | ১৯৫৫ | কবিতা | সাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী বঁটা, সাহিত্যচাৰ্য | |
বেণুধৰ শৰ্মা | ১৬ নৱেম্বৰ. ১৮৯৪ | ২৬ ফেব্ৰুৱাৰী. ১৯৮১ | গল্প, প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
ভৃগুমুনি কাগয়ুং | ২২ অক্টোবৰ, ১৯৩৪ | ২৭ মাৰ্চ, ২০১১ | কবিতা, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
ভৱানন্দ ডেকা | ১৯ আগষ্ট, ১৯২৯ | ৪ ডিচেম্বৰ, ২০০৬ | প্ৰবন্ধ, ভ্ৰমণ কাহিনী | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
ভবেন বৰুৱা | জন্ম | মৃত্যু | সাহিত্যৰ বিষয় | সাহিত্য অকাডেমি বঁটা | |
ভবেন্দ্ৰ নাথ শইকীয়া | ২০ ফেব্ৰুৱাৰী, ১৯৩২ | ১৩ আগষ্ট, ২০০৩ | উপন্যাস, গল্প, শিশু সাহিত্য | সাহিত্য অকাডেমি বঁটা | |
লক্ষ্মীনাথ ফুকন | জন্ম | মৃত্যু | প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
লক্ষ্মীনাথ বেজবৰুৱা | ১৮৬৪ | ১৯৩৮ | সাধু, উপন্যাস, প্ৰবন্ধ, কবিতা | "সাহিত্যৰথী" উপাধি | |
লক্ষ্মীনন্দন বৰা | জন্ম | বৰ্তমান | উপন্যাস | সাহিত্য অকাডেমি বঁটা | |
যতিন মিপুন | জন্ম | মৃত্যু | সাহিত্যৰ বিষয় | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
যোগেশ দাস[4] | ১ এপ্ৰিল, ১৯২৭ | ৯ চেপ্তেম্বৰ, ১৯৯৯ | গল্প, উপন্যাস | সাহিত্য অকাডেমি বঁটা অসম উপত্যকা সাহিত্য বঁটা | |
ৰঘুনাথ চৌধাৰী | ১৮৭৮ | ১৯৬৭ | কবিতা | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
ৰজনীকান্ত বৰদলৈ | ২৪ নৱেম্বৰ, ১৮৬৭ | ২৫ মাৰ্চ, ১৯৪০ | উপন্যাস, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
ৰমা দাস | ১০ অক্টোবৰ, ১৯০৯ | ২১ নৱেম্বৰ, ১৯৮১ | গল্প | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
ৰংবং তেৰাং | ১৩ জানুৱাৰী, ১৯৩৭ | বৰ্তমান | উপন্যাস, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
ৰীতা চৌধুৰী | জন্ম | বৰ্তমান | সাহিত্যৰ বিষয় | সাহিত্য অকাডেমি বঁটা | |
লক্ষহীৰা দাস | ২ ফেব্ৰুৱাৰী, ১৯৩৩ | মৃত্যু | গল্প, কবিতা, শিশু সাহিত্য | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
লক্ষ্মীধৰ শৰ্মা | ২০ অক্টোবৰ, ১৮৯৯ | ৩ মে, ১৯৩৪ | গল্প, নাটক, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
লক্ষ্মীনাথ ফুকন | ২৯ জানুৱাৰী, ১৮৯৪ | ৩ এপ্ৰিল, ১৯৭৫ | গল্প, কবিতা, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
লীলা গগৈ | ২৫ নৱেম্বৰ, ১৯৩০ | ২৩ জুলাই, ১৯৯৪ | গল্প, উপন্যাস, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
হৰেকৃষ্ণ ডেকা | জন্ম | বৰ্তমান | কবিতা | সাহিত্য অকাডেমি বঁটা | |
হিতেশ ডেকা | ১৯২৪ | ২০০০ | উপন্যাস | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
হীৰেন গোহাঁই | ১৯৩৯ | বৰ্তমান | প্ৰবন্ধ | সাহিত্য অকাডেমি বঁটা | |
হীৰেন্দ্ৰ নাথ দত্ত | জন্ম | মৃত্যু | সাহিত্যৰ বিষয় | সাহিত্য অকাডেমি বঁটা | |
হেমচন্দ্ৰ গোস্বামী | ৮ জানুৱাৰী, ১৮৭২ | ২ মে, ১৯২৮ | কবিতা, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
হোমেন বৰগোহাঞি | ৭ ডিচেম্বৰ, ১৯৩২ | বৰ্তমান | উপন্যাস, প্ৰবন্ধ, কবিতা | সাহিত্য অকাডেমি বঁটা | |
মহিম বৰা | ১৯২৪ | মৃত্যু | সাহিত্যৰ বিষয় | সাহিত্য অকাডেমি বঁটা | |
মহেশ্বৰ নেওগ | জন্ম | মৃত্যু | সাহিত্যৰ বিষয় | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
মহেন্দ্ৰ বৰা | জন্ম | মৃত্যু | সাহিত্যৰ বিষয় | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
মিত্ৰদেৱ মহন্ত | ৯ জুন, ১৮৯৪ | ২৫,মাৰ্চ, ১৯৮৩ | প্ৰবন্ধ, কবিতা, নাটক | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
মামণি ৰয়চম গোস্বামী | ১৪ নৱেম্বৰ, ১৯৪১ | ২৯ নৱেম্বৰ, ২০১১ | গল্প, উপন্যাস, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
মেদিনী চৌধুৰী | ১৯২৭ | ২০০৩ | উপন্যাস, প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
সত্যনাথ বৰা | ১৮৬০ | ১৩ ডিচেম্বৰ, ১৯২৫ | প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
সত্যেন্দ্ৰ নাথ শৰ্মা | ১০ ছেপ্তেম্বৰ, ১৯১৭ | ১১ আগষ্ট, ১৯৯৯ | প্ৰবন্ধ | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
সীতানাথ ব্ৰহ্মচৌধুৰী | জন্ম | মৃত্যু | সাহিত্যৰ বিষয় | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
সৌৰভ কুমাৰ চলিহা | ১৯৩০ | ২৫ জুন, ২০১১ | সাহিত্যৰ বিষয় | সাহিত্য অকাডেমি বঁটা | |
সূৰ্যকুমাৰ ভূঞা | ২৭ জানুৱাৰী, ১৮৯৪ | ৫ জুলাই, ১৯৬৪ | সাহিত্যৰ বিষয় | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | |
স্নেহ দেৱী | ১৯১৬ | ১৯৯০ | গল্প | সাহিত্য অকাডেমি বঁটা | |
শীলভদ্ৰ / ৰেৱতী মোহন দত্ত চৌধুৰী | ১৮ ছেপ্টেম্বৰ, ১৯২৮ | ২৯ ফেব্ৰুৱাৰী, (চন?) | উপন্যাস, গল্প | সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা | |
য়েছে দৰজে ঠংছি | ১৯৫২ | বৰ্তমান | উপন্যাস | সাহিত্য অকাডেমি বঁটা | |
ৰবীন্দ্ৰ সৰকাৰ | ৭ আগষ্ট, ১৯৪১ | বৰ্তমান | কবিতা, প্ৰবন্ধ, নাট্যকাৰ | সাহিত্য অকাডেমি বঁটা (২০১৩) | |
সনন্ত তাঁতি | ৪ নৱেম্বৰ ১৯৫২ | বৰ্তমান | কবিতা | অসম উপত্যকা সাহিত্য বঁটা (২০১৭)
সাহিত্য অকাডেমি বঁটা (২০১৮)
| |
ইছমাইল হোছেইন | ২২ ফেব্ৰুৱাৰী ১৯৬৫ | বৰ্তমান | কবি, সমালোচক |
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া". http://sahitya-akademi.gov.in/sahitya-akademi/SearchAwards.do। আহৰণ কৰা হৈছে: ২৮ ডিচেম্বৰ, ২০১১.
- ↑ "Award to Ajit Baruah". Archived from the original on January 8, 2009. https://web.archive.org/web/20090108055810/http://www.assamtimes.org/Social/732.html। আহৰণ কৰা হৈছে: December 27, 2011.
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ 4.0 4.1 4.2 4.3 Authors Archived 2013-07-03 at the Wayback Machine, উৎস: এনাজৰী ডট কম, আহৰণ: ০২-১০-২০১২