দিব্য দত্তৰ পৰীক্ষাগাৰ
জীৱৰ চলনসম্পাদনা কৰক
জীৱৰ চলন, হ'ল বিভিন্ন কাৰণত জীৱ সমূহৰ স্থান সলনি পক্ৰিয়া। চলনৰ কিছুমান প্ৰধান কাৰণ হৈছে খাদ্য, সংগী বা উপযুক্ত বাসস্থানৰ সন্ধান বা প্ৰাণৰক্ষা। পানীৰ সোঁত বা বতাহৰ প্ৰভাৱত পৰোক্ষভাৱে হোৱা স্থানান্তৰণক চলন বুলিব নোৱাৰি। বেক্টেৰিয়া, প্ৰট'জ'ৱা আদিৰ দৰে সুক্ষ্ম জীৱবোৰৰ চলনৰ পৰিসৰ সীমিত, আনহাতে প্ৰাণীসমূহে বহু দুৰ পৰ্যন্ত গতি কৰিব পাৰে। প্ৰাণীবোৰ দৌৰিব, সাতুৰিব, জপিয়াব বা উৰিব পাৰে। প্ৰাণীৰ দৰে কিছুমান উদ্ভিদো চলন কৰিবলৈ সক্ষম। বায়ু, পানী, বা মাটি আদি মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰি জীৱবোৰে চলনৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে।
বিভিন্ন মাধ্যমত জীৱৰ চলনসম্পাদনা কৰক
- তৰল আৰু গেছীয় মাধ্যমত চলন
- ক্ষুদ্ৰ জীৱৰ চলন: সাধাৰণতে ক্ষুদ্ৰ জীৱবোৰৰ চলনৰ মাধ্যম হ'ল পানী। এই জীৱ সমূহৰ চলনক সাঁতুৰ বুলি কোৱা হয় যদিও প্ৰাণীৰ সাঁতুৰৰ লগত এই চলনৰ যথেষ্ট পাৰ্থক্য আছে।
- এমিবিয় চলন: এমিবা, শ্লাইম মল্ডৰ দৰে ভেঁকুৰ আৰু অন্য কিছুমান প্ৰট'জ'ৱাই এমিবিয় চলনৰ দ্বাৰা গতি কৰে। প্ৰাণীৰ দেহত থকা শ্বেত ৰক্ত কণিকাবোৰেও এই চলনেৰেই চলাচল কৰে। এই চলন প্ৰক্ৰিয়াত জীৱটোৰ কোষৰ সন্মুখৰ অংশ বাঢ়ি আহি কূটপদৰ সৃষ্টি কৰে, আৰু জীৱটো আগবাঢ়ি যায়। এই চলনৰ সঠিক কাৰ্য পদ্ধতি এতিয়াও ঠাৱৰ কৰিব পৰা হোৱা নাই।
- ফ্ৰেজেলাৰ দ্বাৰা চলন: কিছুমান প্ৰট'জ'ৱা ফ্ৰেজেলাৰ সহায়ত চলাচল কৰে। এনে জীৱবোৰৰ দেহত এডাল বা একাধিক চুলি সদৃশ ফ্ৰেজেলা থাকে। এই ফ্ৰেজেলাবোৰে তৰল আধাৰ মাধ্যমত তৰংগৰ দৰে ইফালে-সিফালে লৰচৰ কৰে, ইয়াৰ পৰা উৎপন্ন হোৱা বলে জীৱটোক আগলৈ থেলি পঠিয়াই বা টানি নিয়ে। প্ৰাণীৰ শুক্ৰকীট বোৰেও এনে চলনৰ দ্বাৰাই চলাচল কৰে।
- চিলিয়াৰ সহায়ত চলন: চিলিয়া হৈছে ফ্ৰেজেলাৰ দৰেই কিন্তু ফ্ৰেজেলাতকৈ চুটি চুলি সদৃশ চলন অংগ। চিলিয়াযুক্ত জীৱবোৰৰ দেহত সাধাৰণতে অসংখ্য চিলিয়া থাকে। অন্য প্ৰট'জ'ৱা আৰু বহু প্ৰাণীৰ পলুবোৰে চিলিয়াৰ সহায়ত চলাচল কৰে। ফ্ৰেজেলাৰ সহায়ত হোৱা চলনতকৈ এনে চলনৰ গতিবেগো বেছি হয়। এনে চলন দেখুওৱা জীৱৰ উদাহৰণ হল পেৰামেছিয়াম। চেপেটা কৃমিৰ দৰে কিছুমান জীৱও চিলিয়াৰ সহায়ত চলাচল কৰে। ইহঁতে দেহৰ পৰা শ্লেষ্মা নিঃসৰণ কৰে আৰু তাৰ মাজেৰেই চিলিয়াৰ সহায়ত চলাচল কৰ। ইয়াক মিউকচিলিয়েৰি লকমশ্ব্যন বোলে।
- বৃহৎ জীৱৰ চলন
- সাঁতুৰ
- উৰণ
- ক্ষুদ্ৰ জীৱৰ চলন: সাধাৰণতে ক্ষুদ্ৰ জীৱবোৰৰ চলনৰ মাধ্যম হ'ল পানী। এই জীৱ সমূহৰ চলনক সাঁতুৰ বুলি কোৱা হয় যদিও প্ৰাণীৰ সাঁতুৰৰ লগত এই চলনৰ যথেষ্ট পাৰ্থক্য আছে।
- অৱস্তৰ মাধ্যমত চলন
- স্থলত
- জলত
- কঠিন মাধ্যমত চলন:কিছুমান প্ৰাণীয়ে নখ, দাঁত আদিৰ দ্বাৰা বা অন্য পদ্ধতি ব্যৱহাৰ কৰি কঠিন মাধ্যম যেনে মাটি বা কাঠ আদি খান্দি তাৰ মাজেৰে চলাচল কৰে। গাঁত হল এটা ফুটা বা নলা যিটো যিকোনো কঠিন মাধ্যমত কোনো জীৱই বাসস্থান বা অন্য কামৰ বাবে খান্দে আৰু তাত চলাচল কৰে। কেঁচু, নিগনি, শহা, ভাটৌ আদি এনে জীৱৰ উদাহৰণ।
- কেলেণ্ডাৰ (2022)
২০২২ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
|
|
|
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
|
|
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
|
|
|
- কেলেণ্ডাৰ (অক্টোবৰ)
অক্টোবৰ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||
২০১৪ |
- ঘৈণীয়ে ঘৰ, ঘৈণী নহলে ঘৰ লৰফৰ।
- ছয় পো ছয় নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি।
- ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল।
- ধান কাটিবা মুঠি মুঠি, খেৰ কাটিবা তিনি মুঠি।
- নাৰিকল ৰুবা পাতে পাতে, লাগে নেলাগে নেলাগে লাগে।
- পতিৰ চৰণত থাকে মতি, তেনে নাৰীক হে বোলে সতী।
- ভাত খাই উঠি খাই তিনি শিলিখা, তাৰ নাই ৰোগ টিলিকা।
- ভোকৰ সমান ব্যাধি নাই, ভাতৰ সমান ঔষধ নাই।
- ভোকত ভাত , পিয়াহত পানী, তাকে নেখালে বল হয় হানি।
- শাহুৱে গৰকা বোৱাৰী বাবা, মাছে গৰকা পাচলি খাবা।
- অতিপাত শলাগণী ফুচুলনিৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিণ।
- উদক ভেঁটা , চোৰক ঘৰ, যি ৰখীয়া পাতে সি মৰ।
- খেতি কৰিবা বাওৱে, বণিজ কৰিবা নাৱে।
- গৰু আনিবা ৰিংটোৰ, ছোৱালী আনিবা দিনটোৰ।
- গৰু কিনিবা দীঘল নেজা, মৈত উঠিলে নহয় কুঁজা।
- গৰু চাবা গধূলী, ৰোৱা চাবা পুৱা।
- জকাই বাওঁতে ছোৱালী চাবা, কোন কেনেকুৱা।।
- গাঁও পালে মাগিবা, নৈ পালে হাগিবা।
- গো চিনিবা নেজে, পো চিনিবা বিবাহৰ পৰে।
- ঘৰৰ কথা নকবি পৰক, ক’লে হয় লৰক-ফৰক।
- জীৱন মৰণ গমন বাণী, ই চাৰি কথা ডাকেও নেজানি।
- কেলেণ্ডাৰ (June)
নৱেম্বৰ | |||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| |||||||||||||||||||||||||||||||||||||||||||||||||
২০১৪ |
মংগোলীয়ান ফৈদৰ বংশলতাসম্পাদনা কৰক
মংগ'লয়দ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
তিবৃত ব্ৰহ্ম | তাই-চীন | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
তিবৃত হিমালয় | নৰ্থ আসাম | আসাম ব্ৰহ্ম | খামতি ফাকিয়াল | টাই শাল | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰায় | লিম্বু | গুৰুং | ভোটজা | কুকি-চীন | নগা | বড়ো | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ছেৰডুকপেন | অকা | ডফলা | মিৰি | মিচিমি | গ'লেং | ম'ৰবা | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
বড়' | গাৰ' | লালুং | কোঁচ | চুতিয়া | ৰাভা | মেছ | ডিমাছা | মিকিৰ | বৰ্মন(কাছাৰ) | কছাৰী | হোজাই | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
তোতলা | মদাহী | ৰায়ৰায়দো | বানথা | বানথেং | পাতি ৰাভা | বাংখা | হাতো | ৰাগ | পাম | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
শৰনীয়া | সোনোৱাল | ঠেঁঙাল | ফুলগুৰীয়া | মৰাণ | মটক | হাজং | ধিমাল | চলনিমাচ | মহিল্ল | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সাঁচসম্পাদনা কৰক
নতুনসম্পাদনা কৰক
অসমীয়া বছৰসম্পাদনা কৰক
বহাগ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |