মূল মেনু খোলক

এই পৃষ্ঠাত ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাৰ সকলো পৃষ্ঠা একেলগে চাব পাৰিব। শিতানবোৰ আচুতিয়াকৈ চাবলৈ অনুগ্ৰহ কৰি ৰাইজৰ চ'ৰা পৃষ্ঠালৈ যাওক।

অসমীয়া ৱিকিপিডিয়া-সমাজৰ আলোচনা কক্ষলৈ স্বাগতম। ইংৰাজী ৱিকিপিডিয়াত এই পৃষ্ঠাটোক "ভিলেজ পাম্প" বোলা হয়। অসমীয়াত সেয়ে অনেকে এই পৃষ্ঠাক ৱিকি-সমাজ, মুখ্য সদন, আড্ডা, ৰাইজৰ চ'ৰা, মেল আদি বিভিন্ন নামেৰে উল্লেখ কৰে।


পাঁচটা শিতানত বিভক্ত এই শিতানৰ পৃষ্ঠাসমূহত ৱিকিপিডিয়া সম্বন্ধীয় নীতি-নিৰ্দেশনা, পৰিচালনা আদি বিভিন্ন বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। তলৰ তালিকাত এই শিতানবোৰৰ বিষয়ে চমু বৰ্ণনা দিয়া হৈছে। পঢ়ুৱৈ বা সংকলকৰ এনে কোনো বিষয়ত কিবা ক'ব লগা থাকিলে উপযুক্ত শিতান সম্পৰ্কীয় পৃষ্ঠাত লিখিব পাৰে। সকলো শিতান একেলগে চাবলৈ এই সংযোগলৈ গৈ চাব পাৰে

অনুগ্ৰহ কৰি এই পৃষ্ঠাখনত একো নিলিখে যেন
(This page is not for discussions.)
চমুপথবোৰ:
WP:VP
WP:PUMP
WP:VILLAGE
WP:VILLAGEPUMP
ৰাইজৰ চ'ৰাৰ ভাগ/শিতানসমূহ
Edit-find-replace.svg
ৱিকিপিডিয়াৰ নীতি
লিখিব | লক্ষ্য ৰাখক | সন্ধান
ৱিকিপিডিয়াৰ নীতি সম্পৰ্কীয় বিষয়সমূহ (যেনে নতুন নীতিৰ প্ৰস্তাৱ, প্ৰচলিত নীতিৰ সালসলনি আদি) আলোচনাৰ কাৰণে।
Preferences-system.svg
ৱিকিমিস্ত্ৰীৰ দোকান
লিখিব | লক্ষ্য ৰাখক | সন্ধান

কাৰিকৰী আলোচনাৰ কাৰণে। ৱিকি ছফ্ট্‌ৱেৰৰ সমস্যা সম্পৰ্কে Phabricator-ত লিখিব।

প্ৰস্তাৱসমূহ
প্ৰস্তাৱসমূহ
লিখক | লক্ষ্য ৰাখক | সন্ধান

ৱিকিপিডিয়াৰ নীতিৰ লগত জড়িত নোহোৱা বিষয়ৰ নতুন প্ৰস্তাৱৰ আলোচনাৰ বাবে। অনুগ্ৰহ কৰি ইংৰাজী ৱিকিপিডিয়াৰ perennial proposals আৰু persistent proposals এবাৰ চকু ফুৰাই লওক।

Dialog-information on.svgNuvola apps package development.png
উদ্ভাৱনশালা
লিখক | লক্ষ্য ৰাখক | সন্ধান

নতুন ধাৰণা মুকলি কৰাৰ আগতে সদস্যসকলৰ লগত আলোচনা কৰিবলৈ আৰু কোনো সমস্যাৰ সমাধানৰ বাবে।

Help-browser.svg
বিবিধ

লিখক | লক্ষ্য ৰাখক | সন্ধান

অন্য শিতানত খাপ নোখোৱা বিষয়ৰ আলোচনাৰ বাবে।

উদ্দেশ্য কোন স্থান/পৃষ্ঠালৈ যাব
...ৰাইজৰ চ'ৰাৰ সকলো শিতান একেলগে চাবলৈ ৰাইজৰ চ'ৰা (সকলো)
...ৰাইজৰ চ'ৰাৰ পুৰণি সংৰক্ষিত আলোচনা চাবলৈ সন্ধান
...ৱিকিপিডিয়া সম্পৰ্কীয় সাহায্য সাহায্য কেন্দ্ৰ
...ৱিকিপিডিয়াৰ পথ নিৰ্দেশনা বিভাগসমূহৰ সূচী
...নিৰ্দিষ্ট তথ্য (যেনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি?) প্ৰসংগ মেজ
...কোনো প্ৰবন্ধৰ বিষয়ে গঠনমূলক আলোচনাৰ বাবে সতীৰ্থৰ মতামত
... সম্পাদনা সম্পৰ্কীয় বিবাদ সমাধানৰ বাবে সহায় বিচাৰি বা কোনো সদস্যৰ ব্যৱহাৰ সম্পৰ্কীয় অভিযোগৰ কাৰণে ; মতামত আহ্বান
...কোনো প্ৰবন্ধ সম্পৰ্কে মতামত দিবলৈ সংশ্লিষ্ট আলোচনা পৃষ্ঠা
...ৱিকিমিডিয়াৰ অন্যান্য প্ৰকল্প Wikimedia Meta-wiki
...কোনো তথ্য জানিবলৈ বা উদ্ধৃতি দিবলৈ ৱিকিপিডিয়াৰ উদ্ধৃতি দিবলৈ
...ৱিকিপিডিয়াৰ তথ্য ব্যবহাৰ কৰা ৱেবচাইটৰ সম্পৰ্কে খবৰ দিবলৈ/জানিবলৈ ৱিকিপিডিয়াৰ পৰা উদ্ভুত ৱেবচাইট
...প্ৰশ্ন সুধিবলৈ/মতামত দিবলৈ প্ৰশ্ন
...মিডিয়াৱিকিৰ বাৰ্তাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ মিডিয়াৱিকি বাৰ্তাসমূহ
...অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক পদৰ বাবে আবেদন কৰিবলৈ প্ৰশাসক পদৰ আবেদনসমূহ
আশা কৰা হয় যে গাঁৱৰ দমকলৰ কাষত ৰাইজ গোট খাই অঞ্চলটোৰ উন্নয়নৰ কথা পতাৰ দৰে ৰাইজৰ চ'ৰাতো সদস্যসকলে ৱিকিপিডিয়াৰ উন্নতিৰ কথা আলোচনা আৰু পৰিকল্পনা কৰিব।


সূচী

Discussions older than 7 days (date of last made comment) are moved to a sub page of each section (called (section name)/Archive).

নীতিসম্পাদনা কৰক


লগতে চাওকসম্পাদনা কৰক

 
সংৰক্ষিত পাঠ

সংৰক্ষিত পাঠ ১ সংৰক্ষিত পাঠ ২ (২০১৪-২০১৫)

</noinclude>

কাৰিকৰীসম্পাদনা কৰক

 
সংৰক্ষিত পাঠ

সংৰক্ষিত পাঠ ১

সংখ্যা পৰিবৰ্তনৰ সঁজুলিসম্পাদনা কৰক

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

অসমীয়া ৱিকিপিডিয়াৰ প্ৰায় প্ৰতিখন পৃষ্ঠাতে অসমীয়া আৰু ইংৰাজী সংখ্যা সানমিহলি হৈ আছে। হিন্দী ৱিকিত এই সমস্যাৰ সমাধানৰ বাবে তেওঁলোকে अंक परिवर्तन (hi:विकिपीडिया:अंक परिवर्तक) নামৰ এক সঁজুলিৰ সুবিধা কৰি লৈছে। এই সঁজুলিটো ৱেব সংস্কৰণত সদস্যৰ নামৰ কাষত বাওঁফালে দেখা যায়। সঁজুলিটোৱে javascript-ৰ সহায়ত client side-ত সংখ্যাবোৰক ইংৰাজীৰ পৰা হিন্দী বা হিন্দীৰ পৰা ইংৰাজীলৈ পৰিৱৰ্তন কৰে। অসমীয়া ৱিকিপিডিয়াটো এনে এক সঁজুলিৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয় বুলি বোধ কৰিছোঁ। হিন্দী ৱিকিকৰ্মীৰ সহায়ত তেওঁলোকৰ সঁজুলিটো অলপ সলনি কৰি অসমীয়া ৱিকিটো স্থাপন কৰিব পৰা যায়। অনুগ্ৰহ কৰি এই বিষয়ত আপোনালোকৰ মতামত জনাই তলত জনাই যেন। --SlowPhoton (talk) 08:57, 11 January 2019 (ইউ.টি.চি.)

সন্মতসম্পাদনা কৰক

  1. চাণক্য (বাৰ্তা) 09:23, 11 January 2019 (ইউ.টি.চি.)
  2. — গীতাৰ্থ বৰদলৈ (talk) 15:25, 11 January 2019 (ইউ.টি.চি.)
  3. -অজয় দাস (বাৰ্তা) 17:57, 11 January 2019 (ইউ.টি.চি.)
  4. - জলি বৰা (talk) 21:16, 11 January 2019 (ইউ.টি.চি.)

অসন্মতসম্পাদনা কৰক

মন্তব্যসম্পাদনা কৰক

  1.  Y কৰা হ’ল ৱিকিপিডিয়া:অংক পৰিবৰ্তক সংস্থাপন কৰা হ’ল। দিব্য দত্ত (বাৰ্তা) 13:30, 14 June 2019 (ইউ.টি.চি.)

Multilingual Shared Templates and Modulesসম্পাদনা কৰক

Hello aswiki community! (Please help translate to your language)

I recently organized a project to share templates and modules between wikis. It allows modules and templates to be “language-neutral”, and store all text translations on Commons. This means that it is enough to copy/paste a template without any changes, and update the translations separately. If someone fixes a bug or adds a new feature in the original module, you can copy/paste it again without any translation work. My bot DiBabelYurikBot can help with copying. This way users can spend more time on content, and less time on updating and copying templates. Please see project page for details and ask questions on talk page.

P.S. I am currently running for the Wikimedia board, focusing on content and support of multi-language communities. If you liked my projects like maps, graphs, or this one, I will be happy to receive your support. (any registered user group can vote). Thank you! --Yurik (talk) 05:45, 11 মে' 2019 (ইউ.টি.চি.)

অসমীয়া ৱিকিপিডিয়াৰ বাবে Short URL গেজেটসম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াৰ বাবে চুটি URL প্ৰয়োজনীয়তা বহুদিনৰ পৰা অনুভৱ কৰা হৈছে। সদায় তৃতীয় পক্ষৰ (Third party) ৱেবছাইট ব্যৱহাৰ কৰি লিংক চুটি কৰাটো ভাল নহয়। ইতিমধ্যে কেইবাটাও ভাৰতীয় ভাষাৰ ৱিকি-প্ৰকল্পত এই সুবিধা উপলব্ধ। এই কামৰ অনুৰোধ Phabricator-ত দাখিল কৰিব লাগিব। অনুগ্ৰহ কৰি তলত আপোনাৰ মতামত জনাব।

হয়সম্পাদনা কৰক

  1. Gitartha.bordoloi (talk) ১৯:৫০, ১৪ জুন ২০১৯ (IST)
  2. IKHazarika (talk) 14:39, 14 June 2019 (ইউ.টি.চি.)
  3. Bhaskarjyoti Bhuyan (talk) 14:41, 14 June 2019 (ইউ.টি.চি.)
  4. অনামিকা(চুমু) বড়া (talk) 14:53, 14 June 2019 (ইউ.টি.চি.)
  5. ঈশান জ্যোতি বৰা (talk) 14:55, 14 June 2019 (ইউ.টি.চি.)
  6. ViśvakoṣaSampādaka (বাৰ্তা) 15:06, 14 June 2019 (ইউ.টি.চি.)
  7. দিব্য দত্ত (বাৰ্তা) 15:20, 14 June 2019 (ইউ.টি.চি.)
  8. জলি বৰা (talk) 16:05, 14 June 2019 (ইউ.টি.চি.)
  9. নয়ন জ্যোতি নাথ (talk)
  10. বিষ্ণু শইকীয়া 11:06, 17 June 2019 (ইউ.টি.চি.)

নহয়সম্পাদনা কৰক

মন্তব্যসম্পাদনা কৰক

যিহেতু ফেব্ৰিকেটৰত আমাৰ প্ৰস্তাৱ নাকচ কৰিছে, সেয়ে “নাই মোমাইতকৈ কণা মোমাই ভাল” এইষাৰ বাক্যকে মনত ৰাখি বৰ্তমান পৃষ্ঠাৰ অনন্য পৰিচয় সংখ্যা (Page Id) ব্যৱহাৰ কৰি এটি চমু ইউ.আৰ.এল.ৰ গেজেট সংযোগ কৰিলোঁ। পিছত পাৰিলে অন্য ব্যৱস্থা লোৱা হব। ইয়াৰোপৰি মেটাৰ UrlShortenerটো আছেই, ৰাইজে সেইটোও ব্যৱহাৰ কৰিব পাৰিব। দিব্য দত্ত (বাৰ্তা) 15:36, 19 June 2019 (ইউ.টি.চি.)

ভাসমান সম্পাদনা বুটামসম্পাদনা কৰক

"ওপঙা বুটাম" নামৰ এটা সঁজুলি যোগ কৰা হৈছে। "পছন্দসমূহ"ৰ গেজেট অনুচ্ছেদৰ "সম্পাদনা" অংশলৈ গৈ ইয়াক বাছনি কৰিব পাৰিব। সঁজুলিটোৱে সোঁফালে কেইটামান ভাসমান বুটাম যোগ কৰে যাৰ সহায়ত পৃষ্ঠা তল-ওপৰ নকৰাকৈ সম্পাদনা কৰিব পাৰি, পৃষ্ঠা সাঁচিব পাৰি আৰু খচৰা চাব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 16:25, 19 June 2019 (ইউ.টি.চি.)

Editing News #1—July 2019সম্পাদনা কৰক

18:32, 23 July 2019 (ইউ.টি.চি.)


প্ৰস্তাবসমূহসম্পাদনা কৰক



 
সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)

Train the trainersসম্পাদনা কৰক

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

বন্ধুসকল, আপোনালোকে হয়তো জানে যে ভাৰতত ৱিকিমিডিয়াৰ কাম-কাজ পৰিচালনা কৰা CIS-A2K সংস্থাই প্ৰতি বছৰে ভাৰতীয় ৱিকিমিডিয়ানসকলৰ উচ্চতৰ প্ৰশিক্ষণৰ বাবে Train the Trainer নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰে। এই বছৰৰ Train the Trainer অনুষ্ঠানৰ স্থান বাছনিৰ বাবে তেওঁলোকে আবেদন আহ্বান কৰিছে। বয়সৰ ফালৰ পৰা অসমীয়া ৱিকিপিডিয়া পুৰণি হ'লেও আমি আজিলৈকে ৰাষ্ট্ৰীয় স্তৰৰ একো ৱিকি অনুষ্ঠানৰ আয়োজন কৰা নাই। এই বছৰ TTT আয়োজনৰ সুযোগ পালে ই হয়তো অসমীয়া ৱিকি প্ৰকল্পসমূহক অহা কেইবছৰৰ বাট দেখুওৱাত সহায় কৰিব আৰু আন ৰাজ্যৰ ৱিকিমিডিয়ানসকলৰ সৈতে মিলিত হৈ আমি অধিক কামৰ বাবে উৎসাহ লাভ কৰিম। তলৰ লিংকটোলৈ গৈ এই অনুষ্ঠানৰ সবিশেষ জানিব পাৰিব। সেই পৃষ্ঠাতে এই বছৰৰ TTT আয়োজনৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আবেদন কৰা হৈছে। আগভাগ ল'ব পৰা কেইগৰাকীমান সদস্য যথা সদস্য:অজয় দাস, সদস্য:Nayanjyoti sarma, সদস্য:Joli আৰু সদস্য:দিব্য দত্ত-ৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। এই মন্তব্যৰ তলত আপোনালোকৰ হয়ভৰ বা আন পৰামৰ্শ জনাবলৈ নাপাহৰিব।

মেটা লিংক: https://meta.wikimedia.org/wiki/CIS-A2K/Events/Train_the_Trainer_Program/2019/Bids

— গীতাৰ্থ বৰদলৈ (talk) 11:07, 28 January 2019 (ইউ.টি.চি.)

মন্তব্যসম্পাদনা কৰক

  • এই প্ৰস্তাৱ সমৰ্থন কৰোঁ৷ অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ বিকাশ খৰস্ৰোতা কৰি তোলাৰ বাবে অসমীয়া ৱিকিমিডিয়ানসকলৰ উচ্চতৰ প্ৰশিক্ষণ আৰু অন্য ৰাজ্যৰ সক্ৰিয় ৱিকিমিডিয়ানৰ সহায়ত আমাৰ ভৱিষ্যত কাৰ্য্যপন্থা থিৰ কৰাটো জৰুৰী হৈ পৰিছে৷ ইয়াৰ বাবে সাধ্যানুসৰি সহযোগ কৰি দিবলৈ সাজু৷ অসমীয়া ৱিকিমিডিয়া সমাজৰ বাকী সদস্যসকলো আগবাঢ়ি আহিব বুলি আশা কৰিলো৷-জলি বৰা (talk) 13:04, 28 January 2019 (ইউ.টি.চি.)
  • প্ৰস্তাৱটিলৈ পূৰ্ণ সমৰ্থন জনালোঁ৷ কিবা কৰিব লাগিলে জনাব৷ Manjil Konwar (talk) 14:41, 28 January 2019 (ইউ.টি.চি.)
  • এই প্ৰস্তাৱটিলৈ সমৰ্থন জনালোঁ। --SlowPhoton (talk) 09:27, 29 January 2019 (ইউ.টি.চি.)
  • সমৰ্থন জনালোঁ। -অজয় দাস (বাৰ্তা) 10:18, 29 January 2019 (ইউ.টি.চি.)
  • সমৰ্থন জনালোঁ। Ani ttbr (talk) 12:03, 30 January 2019 (ইউ.টি.চি.)
  • পূৰ্ণ সমৰ্থন থাকিল৷ যিমানখিনি পাৰো, সহায়-সহযোগ আগবঢ়াম৷ বাবুল বৈশ্য (talk) 03:37, 4 February 2019 (ইউ.টি.চি.)
  • সমৰ্থন জনালোঁ | Bhaskarjyoti Bhuyan (talk) 00:26, 18 মে' 2019 (ইউ.টি.চি.)

উদ্ভাবনশালাসম্পাদনা কৰক

অসমীয়া ৱিকিমিডিয়াৰ ভৱিষ্যত কাৰ্য্যপন্থাসম্পাদনা কৰক

অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ ভৱিষ্যত কাৰ্য্যপন্থা সম্পৰ্কীয় কিছু ব্যক্তিগত অনুভৱ আৰু প্ৰস্তাৱ উত্থাপন কৰিব খুজিছোঁ৷ এই প্ৰস্তাৱসমূহ আগবঢ়োৱাৰ মূল অনুঘটকটো হ’ল মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া হিচাপে ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে এতিয়াও চালুকীয়া অৱস্থাতে আছে৷ গতিকে বৰ্তমানৰ আগ্ৰহী আৰু সক্ৰিয় ৱিকিমিডিয়ান সকলে একত্ৰিতভাৱে আৰু পৰিকল্পিতভাৱে ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰয়োজনীয় কিছুমান পদক্ষেপ হাতত লোৱাৰ সময় আহি পৰিছে৷ তলৰ প্ৰস্তাৱসমূহ উচ্চাকাংক্ষী যেন ভাৱ হ’ব পাৰে, তথাপিও সকলোকে মুকলিকৈ সমৰ্থন/আপত্তি দৰ্শাই মন্তব্য আৰু অন্য প্ৰস্তাৱো আগবঢ়াবলৈ অনুৰোধ কৰিলো৷

  1. মাহেকীয়া সম্পাদনা মাৰাথন: ৱিকিউৎসত যোৱা কেইমাহমানৰ পৰা প্ৰতিটো মাহত একোজন লেখকৰ মাহ হিচাপে লৈ তেওঁৰ লিখনিসমূহৰ ইউনিক’ডত উপলব্ধ কৰা হৈ আহিছে৷ তেনেদৰে ৱিকিপিডিয়াতো মাহেকীয়াকৈ একোটা থীম বাচি লৈ সেইসম্পৰ্কীয় আনুসংগিক প্ৰবন্ধসমূহ যোগ দিয়াৰ চেষ্টা কৰিলে কেনে হয়?
  2. ৱিকিত সম্পাদনাৰ অসমীয়া ভিডিঅ’/ব্লগৰ লেখা: আজিকালি নজনা কাম এটা কৰিবলৈ লৈয়ে প্ৰায় সকলোৱে কেনেকৈ কৰিব সেয়া গুগুলত বা ইউটিউবত খুঁচৰি চায়৷ তাত একো নাপালেহে হয়তো কাৰোৱাক সোধে৷ এইকাৰণেই মই ভাৱো, ইউটিউবত ৱিকিত কি কেনেকৈ সম্পাদনা কৰিব সেইসম্পৰ্কে অসমীয়াতে ভিডিঅ’ থকাৰ বা সেইসম্পৰ্কীয় ব্লগৰ লেখনি থকাৰ দৰকাৰ৷
  3. ৱিকিক্লাৱ: মই জনাত শিলচৰ আৰু তেজপুৰত কেইবছৰমান আগতে এনে ৱিকিক্লাৱ গঠন হৈছিল কিন্তু বৰ্তমান হয়তো আগৰদৰে সক্ৰিয় নহয়৷ অসমৰ বিভিন্ন জিলাত থকা বৰ্তমানৰ সক্ৰিয় সদস্যসকলে যদি অন্য আগ্ৰহী কেইজনমানক লৈ এনে ক্লাৱ গঠন কৰাৰ কথা ভাৱিব পাৰে৷ সুবিধা অনুযায়ী মাহে-পষেকে তেওঁলোকে একেলগে ৱিকিৰ কাম-কাজ কৰা, কিবা সমস্যা হ’লে জনা জনে দেখুৱাই দিয়া আদি কৰিব পাৰিলেই যথেষ্ট৷
  4. শিক্ষানুষ্ঠানৰ কম্পিউটাৰ/অসমীয়া বিষয়ত অন্তৰ্ভুক্তি: অসমৰ মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত কম্পিউটাৰ বা অসমীয়া বিষয়ত ছাত্ৰ-ছাত্ৰীক এছাইন্টমেন্ট বা চেমিনাৰৰ বিষয় হিচাপে ৱিকিপিডিয়া বা ৱিকিউৎসৰ কাম দিয়াৰ প্ৰস্তাৱটো মাজে-সময়ে ওলাই থাকে কিন্তু মই জনাত কাৰ্য্যক্ষেত্ৰত এতিয়াও হোৱাগৈ নাই৷ অন্য দেশত সচেতন শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজা প্ৰচেষ্টাৰে এনে কাম কৰাৰ খৱৰ পাই থাকোঁ৷ এই এটা পদক্ষেপেই অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহক বহু আগবঢ়াই নিব পৰাৰ সম্ভাৱনা আছে৷
  5. বাতৰি কাকত/আলোচনীত ৱিকিপত্ৰিকাৰ শিতান: ৱিকিপত্ৰিকাৰ বাবে বা ৱিকিৰ বা-বাতৰিসমূহৰ বাবে কোনো কাকত/আলোচনীত নিয়মীয়াকৈ এটা সৰু শিতান লোৱাৰ কথা ভাৱিব পাৰিনে? এনে এটা শিতান হ’লে ৱিকিৰ ভিজিবিলিটি যথেষ্ট বঢ়াৰ আশা আছে৷
  6. ৱিকি কৰ্মশালা/চাহমেল: ৱিকি কৰ্মশালা/চাহমেল ইতিমধ্যে কেইবাখনো হৈ গৈছে৷ মই ভাৱো,বছৰেকৰ মূৰত গুৱাহাটীত কেইবাদিনীয়া (ট্ৰেইন দ্য ট্ৰেইনাৰ বা CIS A2K ৰ অন্য অনুষ্ঠানৰ কথা কোৱা নাই) এই চাহমেলবোৰ মাথোঁ কেইজনমান আগ্ৰহীলোকক লৈয়ে নিয়মীয়াকৈ অসমৰ বিভিন্ন জিলাত অনুষ্টুপীয়াকৈ পতাত গুৰুত্ব দিব লাগে৷ ৱিকিক্লাৱসমূহে এইক্ষেত্ৰত আগভাগ ল’ব পাৰে৷
  7. অসম সংক্ৰান্তীয় চিত্ৰ: ৱিকিকমনছত অসমৰ ঠাই, কলা-সংস্কৃতি, ক্ৰীড়া, ব্যক্তিত্ব, পৰম্পৰা যিয়ে নহওক প্ৰায়বোৰ বিষয়তে চিত্ৰৰ অভাৱ৷ অথচ আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন আৰু ছ’ছিয়েল মেডিয়াত ফটোৰ লেখ-জোখ পাবলৈ নাই! অসম সংক্ৰান্তীয় চিত্ৰ কমনছত আপল’ড কৰিবলৈ ৰাইজক কেনেকৈ উৎসাহ দিব পাৰি বাৰু? মই ভাৱি পোৱা এটা উপায় হ’ল, ৱিকিপত্ৰিকাৰ নিৰ্বাচিত চিত্ৰৰ বাবে মাহেকীয়া প্ৰতিযোগিতা পাতি পুৰষ্কাৰ হিচাপে ৱিকিসংক্ৰান্তীয় কিবা এটা (টিচাৰ্ট/মাগ?) আগবঢ়োৱা৷ আপোনালোকে কি কয়?
  8. ছ’ছিয়েল মিডিয়াত প্ৰচাৰ:শেহতীয়াকৈ ফে’চবুক/টুইটাৰ/ইনষ্ট’গ্ৰামত অসমীয়া ৱিকিৰ সক্ৰিয়তা বাঢ়িছে৷ ৰাইজেও অনলাইন ৱিকিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে খা-খৱৰ পাইছে৷ এইটো খুবেই ভাল লক্ষণ৷ মাথোঁ উনুকিয়াই থ’লো এইকাৰণেই যে এই সক্ৰিয়তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে একাউন্টবোৰ একাধিক সদস্যই চলাব পাৰিলে ভাল যাতে এজনৰ ওপৰতে সকলো দায়িত্ব নপৰে আৰু কোনো এজন অন্য কামৰ হেঁচাত কিছুসময়ৰ বাবে আঁতৰি থাকিবলগা হ’লেই একাউন্টবোৰ নিস্ক্ৰিয় হৈ নাযায়৷
  9. ৱিকিপদক: এইটো ইতিমধ্যে কৰি অহা হৈছে৷ উল্লেখ কৰিলোঁ এইকাৰণেই যে অসমীয়া ৱিকিমিডিয়াৰ সকলো সক্ৰিয় সদস্যই একো একোজন প্ৰকৃত অসমীয়া- যি নিজৰ জাতিৰ বাবে, ভাষাৰ বাবে নিস্বাৰ্থভাৱে নিজৰ সাৰ্মথ্য অনুসৰি নিৰলস অৱদান আগবঢ়াই আহিছে৷ গতিকে মোৰ বোধেৰে আমি সকলোৱে ইজনে সিজনক উৎসাহ যোগাবলৈ, দুই-এটা পদক আগবঢ়াবলৈ/গ্ৰহণ কৰিবলৈ সংকোচ কৰিব নালাগে :)

ওপৰৰ কোনো বিশেষ প্ৰস্তাৱৰ লগত একমত আৰু ইয়াৰ কাৰ্য্যকৰীকৰণত আগ্ৰহী হ’লে প্ৰস্তাৱৰ তলত মন্তব্য দি আগ্ৰহ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলোঁ৷

-জলি বৰা (talk) 13:33, 15 June 2019 (ইউ.টি.চি.)

মন্তব্যসম্পাদনা কৰক

ক'বলগীয়াখিনিসম্পাদনা কৰক

  1. সম্পাদনা মাৰাথন: ৱিকিউৎসৰ বিষয়বোৰ লৈয়েই প্ৰতি মাহে ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ কথা উলিয়াইছিলোঁ। হৈ উঠাগৈ নাই। এডিটাথন পাতিব লাগে যদি অলপ পৰিকল্পনা লাগিব।
  2. ভিডিঅ’/ব্লগৰ লেখা: ব্লগত বহুতে লিখিছেই। ভিডিঅ' কৰাটো এটা ভাল প্ৰস্তাৱ। বেছি অনুসৰণকাৰী থকা অসমীয়া ইউটিউব চেনেলকো সমৰ্থনৰ বাবে যোগাযোগ কৰিব পাৰি।
  3. শিক্ষানুষ্ঠান: ভাস্কৰ ভূঞাই উত্তৰ লখিমপুৰ কলেজৰ এই কামটো কৰাৰ বাবে কথা পাতিছে। এইটোকে পাইলট প্ৰজেক্ট হিচাপে লোৱা যাওক।
  4. কৰ্মশালা/চাহমেল: শেহতীয়াকৈ গণ্য-মান্য লোক কেইজনমানে উৎসাহ দেখুৱাইছে। মই ভাবোঁ এইবছৰ অন্ততঃ তিনিখন ৱিকিপিডিয়া/উৎস কৰ্মশালা পাতিব পাৰিম। অনুষ্টুপীয়া মেলবোৰৰ কথা এখন ঠাইত থকা সদস্যসকলেহে ক'ব পাৰিব।
  5. চিত্ৰ: পুৰষ্কাৰৰ প্ৰস্তাৱটো বঢ়িয়া। টি চাৰ্টৰ ব্যৱস্থা হৈ যাব। এনেকুৱা পুৰষ্কাৰ এডিটাথনতো থাকিব।
  6. ছ’ছিয়েল মিডিয়া: প্ৰতিটো মিডিয়াৰ বাবে পাঁচজনমানক দায়িত্ব দিব লাগিব।

— গীতাৰ্থ বৰদলৈ (talk) 19:28, 16 June 2019 (ইউ.টি.চি.)

ইয়াৰোপৰিসম্পাদনা কৰক

  1. অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা অসমীয়া আৰু ইংৰাজী নৱবৰ্ষত দিনপঞ্জি (কেলেণ্ডাৰ) একোখনকৈ উলিয়ালে কেনে হয়! ইংৰাজী দিনপঞ্জিখনো অসমীয়া ভাষাতে উলিয়াব লাগে।
  2. ইউ-টিউবৰ ভিডিঅৰ বাবে এটা ৱিকিপিডিয়া ভিডিঅ' চেনেল খুলিব পাৰি। কেইজনমান সদস্যক তাৰ পৰিচালনাৰ বাবে নিৰ্বাচন কৰিব লাগে। চেনেলটো মই খুলি দিব পাৰিম বাৰু! কিন্তু ভিডিঅ'বোৰ নিৰ্মান কৰি আপল'ড কৰিব লাগিব, বিশেষকৈ নিৰ্মান কৰাটো মূল কথা। "শ্লাইড শ্ব" ধৰণৰ ভিডিঅ' নিৰ্মান কৰিব লাগে। দিব্য দত্ত (বাৰ্তা) 16:09, 17 June 2019 (ইউ.টি.চি.)

প্ৰস্তাৱৰ কাৰ্য্যকৰীকৰণৰ বাবে স্বেচ্ছাসেৱকৰ আহ্বানসম্পাদনা কৰক

  1. মাহেকীয়া সম্পাদনা মাৰাথন: ৱিকিউৎসৰ লগত মিলাই ৱিকিপিডিয়াটো কেৱল লেখকক লৈ কৰাতকৈ মাহটোৰ তাৎপৰ্য্যপূৰ্ণ কিবা এটা বিষয় ল’লে ভাল হ’ব নেকি? গীতাৰ্থ, পৰীক্ষামূলকভাৱে মাহেকীয়া এডিটাথন এটা পতাত তুমিয়ে আগভাগ ল’ব পৰিবানে? আগ্ৰহী সদস্যসকলেও সহায় কৰিবলৈ আগবাঢ়ি আহিলে ভাল হ’ব৷
  2. ৱিকিৰ অসমীয়া ভিডিঅ’: দিব্যদা আৰু গীতাৰ্থৰ লগত একমত৷ ঈশানে চেষ্টা কৰিব বুলি মত দিছে৷ লগতে দিব্যদাই ভিডিঅ’ চেনেলৰ দায়িত্ব লৈছে৷ দুয়োলৈ অশেষ ধন্যবাদ! আৰু কোনে এইটো কামত লাগি দিব পাৰিব মন্তব্য দিয়কচোন৷
  3. শিক্ষানুষ্ঠানৰ কম্পিউটাৰ/অসমীয়া বিষয়ত অন্তৰ্ভুক্তি: এইক্ষেত্ৰত ভাস্কৰজ্যোতিৰ পৰিকল্পনালৈ শুভেচ্ছা থাকিল৷
  4. ৱিকি কৰ্মশালা/চাহমেল: গীতাৰ্থ ই দায়িত্ব লৈছেই৷ অনুষ্টুপীয়া চাহমেলবোৰৰ কাৰণে পৰিকল্পনা কৰিবলৈ বৰ্তমানৰ সক্ৰিয় সদস্যসকলে কোন ঠাইত বিচাৰে সেয়া নিজেই প্ৰস্তাৱ কৰিলে ভাল হয়৷ পূৰ্বৰ আলোচনাৰ পৰা তলৰ নামকেইটা প্ৰস্তাৱ কৰিছোঁ-
    1. নগাওঁ: অনামিকা
    2. লখিমপুৰ:ভাস্কৰজ্যোতি
    3. গুৱাহাটী:গীতাৰ্থ
    4. যোৰহাট:?
    5. তেজপুৰ:নয়ন জ্যোতি
  5. অসম সংক্ৰান্তীয় চিত্ৰ প্ৰতিযোগিতা: এই প্ৰতিযোগিতা পাতিবলৈ বা এডিটাথনৰ আৰু চিত্ৰৰ বাবে পুৰস্কাৰ (টিচাৰ্ট আগৰ ডিজাইন নহয়-অসমীয়া ৱিকিৰ নিজা হ’লে বেছি ভাল)ৰ কাৰণে কি কৰিব লাগিব জানিলে সহায় কৰিব পাৰিম৷ গতিকে মোৰ নামটো দি থ’লো৷
  6. ছ’ছিয়েল মিডিয়াত প্ৰচাৰ:গীতাৰ্থৰ লগত একমত৷ মই জনাত তলত উল্লেখ কৰা সদস্যসকলে বৰ্তমানে একাউন্টবোৰ চলাই আছে৷ এই কামটোৰ বাবে আৰু দুজনমানৰ দৰকাৰ৷ আৰু কোনোবাই পাৰে যদি অনুগ্ৰহ কৰি মন্তব্য দিয়কচোন৷
    1. ফে’চবুক: চাণক্য, গীতাৰ্থ, ভাস্কৰজ্যোতি
    2. টুইটাৰ: চাণক্য, জলি
    3. ইনষ্ট’গ্ৰাম: গীতাৰ্থ, চাণক্য, প্ৰিয়াংকুশ?
  7. ৱিকিমিডিয়াৰ কেলেণ্ডাৰ: এইটো খুউব ভাল প্ৰস্তাৱ বুলি ভাৱোঁ৷ কৰিবলৈও বিশেষ অসুবিধা হ’ব নালাগে৷ এতিয়াই কোনোবাই দায়িত্বটো ল’লেতো আৰু ভাল৷ দিব্যদা?

মই বৰ্তমান অসমত নাই বাবে কিছুমান পদক্ষেপত বিশেষ সহায় কৰিব নোৱাৰিম৷ কিন্তু ইয়াৰ পৰাই কৰিব পৰা কামত লাগি ভাগি দিবলৈ সাজু৷ গতিকে নোসোধাকৈ বাকী সদস্যসকলৰ নাম প্ৰস্তাৱ কৰাৰ বাবে দায়-দোষ নধৰে যেন! আপত্তি থাকিলে নিজেই নাম আঁতৰাই দিব পাৰে৷ আশাকৰোঁ অসমত থকা সক্ৰিয় সদস্যসকল আগবাঢ়ি আহিব৷

জলি বৰা (talk) 18:22, 17 June 2019 (ইউ.টি.চি.)

আলোচ্য বিষয়ৰ প্ৰতি মোৰ সমৰ্থন আছে । ফেচবুকৰ পেজটোত মই সহায় কৰিব পাৰিম ।Bhaskarjyoti Bhuyan (talk) 03:15, 18 June 2019 (ইউ.টি.চি.)
ৱিকি কেলেণ্ডাৰৰ বাবে বাস্তৱ ফটোত কৈ অঁকা ছবি ভাল হয় বুলি ভাবিছোঁ। প্ৰাণজ্যোতি বা আৰু মই অঁকাৰ দ্বায়িত্ব ল'ব পাৰোঁ। ইনষ্টাগ্ৰামৰ দ্বায়িত্ব খিনিৰ বাবে ধন্যবাদ। যি পাৰোঁ হাত উজান দিম।

নয়ন জ্যোতি নাথ (talk)

ফেইচবুকৰ নতুন দায়িত্ব সদস্য:Bhaskarjyoti Bhuyan, User:দিব্য দত্ত আৰু User:ঈশান জ্যোতি বৰাক, ইনষ্টাগ্ৰামৰ নতুন দায়িত্ব সদস্য:নয়ন জ্যোতি নাথ আৰু User:SlowPhoton দিয়া হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 16:02, 20 June 2019 (ইউ.টি.চি.)

মন্তব্যসম্পাদনা কৰক

জলি বাই বৰ সুন্দৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ লগতে আৰু দুটা প্ৰস্তাৱ মই আগবঢ়াব বিছাৰোঁ:

  1. অসমীয়া ৱিকিপিডিয়াৰ আৰু ৱিকিউৎসৰ বাবে এখন সহায়িকা হাতপুথি pdf আকাৰত প্ৰস্তুত কৰা। উদাহৰণ স্বৰূপে: File:Wikisource Handbook for Indian Communities.pdf ভাৰতীয় ৱিকিউৎসৰ বাবে বনোৱা এই হাতপুথিখন। হাতপুথিখনত ৱেবছাইট, মোবাইল ৱেব, আৰু মোবাইল এপ এই আটাইবোৰ platform-তে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসত কেনেকৈ বৰঙণি আগবঢ়াৰ পাৰি তাৰ তথ্য থাকিব লাগে। Sreenshot-ৰ সহায়ত তথ্যবোৰ সহজে বুজিব পৰাকৈ আগবঢ়াব লাগে।
  2. ৱিকিপত্ৰিকাত বৰ্তমানলৈ প্ৰকাশ হোৱা ৱিকিপিডিয়ানৰ মনৰ কথা-বোৰ সংগ্ৰহ কৰি এখন pdf আকাৰত সংকলন প্ৰস্তুত কৰা। ৱিকিপিডিয়ানৰ মনৰ কথাবোৰ বৰ সুন্দৰকৈ লিখা আৰু সঁচাই প্ৰেৰণাদায়ক, মোৰ বোধেৰে এইলেখাসমূহে নতুন সদস্যসকলকো ৱিকিত বৰঙণি আগবঢ়াবলৈ প্ৰেৰণা যোগাব।

pdf আকাৰৰ এই দুয়োখন document আমি social media, WhatsApp ইত্যাদি যোগে share কৰি প্ৰচাৰ চলাব পাৰোঁ। --SlowPhoton (talk) 06:36, 18 June 2019 (ইউ.টি.চি.)

দুয়োটাই খুউব ভাল প্ৰস্তাৱ বুলি ভাৱো৷ ৱিকিপিডিয়ানৰ মনৰ কথা ৰ সংকলনখনত মই লাগি দিব পাৰোঁ৷ সহায়িকা হাতপুথিখন তোমালোকেই বেছি ভালকৈ কৰিব পাৰিবা কিজানি৷ - জলি বৰা (talk) 16:36, 19 June 2019 (ইউ.টি.চি.)
 Joli: হাতপুথিৰ কামটো তুমিয়েই আৰম্ভ কৰা। FAQ বুকলেটখন মই আপডেইট কৰিম বাৰু। — গীতাৰ্থ বৰদলৈ (talk) 16:02, 20 June 2019 (ইউ.টি.চি.)
মই ৱিকিপিডিয়ানৰ মনৰ কথাৰ সংকলনখনৰ কাম আৰম্ভ কৰিছোঁ। --SlowPhoton (talk) 10:38, 21 June 2019 (ইউ.টি.চি.)

প্ৰজেক্ট টাইগাৰ ২.০সম্পাদনা কৰক

সদস্যবৃন্দ, গুগলৰ পৃষ্ঠপোষকতাত আৰু CIS-India-ৰ সহযোগত এইবাৰ অনুষ্ঠিত হ'বলগীয়া ৱিকিপিডিয়াৰ সম্পাদনা মেলা "প্ৰজেক্ট টাইগাৰ ২.০"ত অসমীয়া ভাষাৰ স্বেচ্ছাসেৱকসকলেও অংশগ্ৰহণ কৰিব। গুগলৰ পৰা ৫০০ টা বিষয়ৰ এখন তালিকা দিয়াৰ লগতে এখন স্থানীয়ভাৱে গুৰুত্বপূৰ্ণ বিষয়ৰ এখন তালিকাও প্ৰস্তুত কৰা হ'ব। আপোনালোকেও এই তালিকাখন সংবৰ্ধন কৰি অসমীয়া ৱিকিপিডিয়াক সহায় কৰিব পাৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি "ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০" পৃষ্ঠাটো চাওক। — গীতাৰ্থ বৰদলৈ (talk) 13:48, 12 September 2019 (ইউ.টি.চি.)

প্ৰজেক্ট টাইগাৰ ২.০-ৰ বাবে অসমীয়া ৱিকিপিডিয়াত নথকা কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰবন্ধৰ এখন স্থানীয় তালিকা প্ৰস্তাব কৰা হৈছে। তালিকাখন ইয়াত পাব: ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০/প্ৰবন্ধ তালিকা। ইয়াৰ লগতে বিশেষ:কাম্য পৃষ্ঠাসমূহৰ তালিকাৰ পৰাও কিছু প্ৰবন্ধ যোগ কৰিব পৰা যায়। --SlowPhoton (talk) 05:25, 17 September 2019 (ইউ.টি.চি.)

বিবিধসম্পাদনা কৰক

 
সংৰক্ষিত পাঠ

সংৰক্ষণ ১ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ২ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৩ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৪)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৫-ডিচেম্বৰ ২০১৫)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৬-ডিচেম্বৰ ২০১৬)
সংৰক্ষণ ৬ (জানুৱাৰী ২০১৭-ডিচেম্বৰ ২০১৭) সংৰক্ষণ ৭ (জানুৱাৰী ২০১৮-ডিচেম্বৰ ২০১৮)

Call for bids to host Train-the-Trainer 2019সম্পাদনা কৰক

Apologies for writing in English, please consider translating the message

Hello everyone,

This year CIS-A2K is seeking expressions of interest from interested communities in India for hosting the Train-the-Trainer 2019.

Train-the-Trainer or TTT is a residential training program which attempts to groom leadership skills among the Indian Wikimedia community (including English) members. Earlier TTT has been conducted in 2013, 2015, 2016, 2017 and 2018.

If you're interested in hosting the program, Following are the per-requests to propose a bid:

  • Active local community which is willing to support conducting the event
    • At least 4 Community members should come together and propose the city. Women Wikimedians in organizing team is highly recommended.
  • The city should have at least an International airport.
  • Venue and accommodations should be available for the event dates.
    • Participants size of TTT is generally between 20-25.
    • Venue should have good Internet connectivity and conference space for the above-mentioned size of participants.
  • Discussion in the local community.

Please learn more about the Train-the-Trainer program and to submit your proposal please visit this page. Feel free to reach to me for more information or email tito cis-india.org

Best!

Pavan Santhosh ( MediaWiki message delivery (talk) 05:52, 6 January 2019 (ইউ.টি.চি.) )

FileExporter beta featureসম্পাদনা কৰক

Johanna Strodt (WMDE) 09:41, 14 January 2019 (ইউ.টি.চি.)

No editing for 30 minutes 17 Januaryসম্পাদনা কৰক

You will not be able to edit the wikis for up to 30 minutes on 17 January 07:00 UTC. This is because of a database problem that has to be fixed immediately. You can still read the wikis. Some wikis are not affected. They don't get this message. You can see which wikis are not affected on this page. Most wikis are affected. The time you can't edit might be shorter than 30 minutes. /Johan (WMF)

14:47, 16 January 2019 (ইউ.টি.চি.)

SVG Translation Campaign 2019 in Indiaসম্পাদনা কৰক

Hello all, starting from 21 February (International Mother Language Day) we are starting an SVG Translation Campaign. SVG Translation Campaign 2019 in India is a planned 38-day long campaign to translate the English-labelled SVG files into Indian languages for use on regional language Wikipedias. Often, we see English-labelled SVG files being used on Indian Wikipedias, this campaign also helps us to have localised SVG files with labels in regional languages to be used on Wikipedias. All the communities are invited to actively take part in the campaign, you can sign-up yourself as a "Language organiser" for your language at c:Commons:SVG Translation Campaign 2019 in India/Organisers (more details will follow after you signup). Kindly ping me if you have any questions. KCVelaga (talk) 10:30, 4 February 2019 (ইউ.টি.চি.)

Pinging some users for attention,  Gitartha.bordoloi, Joli, Manjil Konwar, দিব্য দত্ত, Chiring chandan, SlowPhoton, Ani ttbr: KCVelaga (talk) 10:32, 4 February 2019 (ইউ.টি.চি.)

ৱিকি লাভ্‌ছ ৱুমেন ২০১৯- ভাৰতসম্পাদনা কৰক

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ: https://as.wikipedia.org/wiki/ৱিকিপিডিয়া:ৱিকি_লাভ্‌ছ_ৱুমেন_২০১৯ চাওক। — গীতাৰ্থ বৰদলৈ (talk) 11:57, 11 February 2019 (ইউ.টি.চি.)

Talk to us about talkingসম্পাদনা কৰক

Trizek (WMF) 15:00, 21 February 2019 (ইউ.টি.চি.)

Read-only mode for up to 30 minutes on 11 Aprilসম্পাদনা কৰক

10:56, 8 april 2019 (ইউ.টি.চি.)

Wikimedia Foundation Medium-Term Plan feedback requestসম্পাদনা কৰক

Please help translate to your language

The Wikimedia Foundation has published a Medium-Term Plan proposal covering the next 3–5 years. We want your feedback! Please leave all comments and questions, in any language, on the talk page, by April 20. ধন্যবাদ! Quiddity (WMF) (talk) 17:35, 12 april 2019 (ইউ.টি.চি.)

Train-the-Trainer 2019 Application openসম্পাদনা কৰক

Apologies for writing in English, please consider translating
Hello,
It gives us great pleasure to inform that the Train-the-Trainer (TTT) 2019 programme organised by CIS-A2K is going to be held from 31 May, 1 & 2 June 2019.

What is TTT?
Train the Trainer or TTT is a residential training program. The program attempts to groom leadership skills among the Indian Wikimedia community members. Earlier TTT has been conducted in 2013, 2015, 2016, 2017 and 2018.

Who should apply?

  • Any active Wikimedian contributing to any Indic language Wikimedia project (including English) is eligible to apply.
  • An editor must have 600+ edits on Zero-namespace till 31 March 2019.
  • Anyone who has the interest to conduct offline/real-life Wiki events.
  • Note: anyone who has already participated in an earlier iteration of TTT, cannot apply.

Please learn more about this program and apply to participate or encourage the deserving candidates from your community to do so. Regards. -- Tito (CIS-A2K), sent using MediaWiki message delivery (talk) 05:07, 26 april 2019 (ইউ.টি.চি.)

Wikimedia Education SAARC conference application is now openসম্পাদনা কৰক

Apologies for writing in English, please consider translating

Greetings from CIS-A2K,

The Wikimedia Education SAARC conference will take place on 20-22 June 2019. Wikimedians from Indian, Sri Lanka, Bhutan, Nepal, Bangladesh and Afghanistan can apply for the scholarship. This event will take place at Christ University, Bangalore.

Who should apply?

  • Any active contributor to a Wikimedia project, or Wikimedia volunteer in any other capacity, from the South Asian subcontinent is eligible to apply
  • An editor must have 1000+ edits before 1 May 2019.
  • Anyone who has the interest to conduct offline/real-life Wikimedia Education events.
  • Activity within the Wikimedia movement will be the main criteria for evaluation. Participation in non-Wikimedia free knowledge, free software, collaborative or educational initiatives, working with institutions is a plus.

Please know more about this program and apply to participate or encourage the deserving candidates from your community to do so. Regards.Ananth (CIS-A2K) using MediaWiki message delivery (talk) 13:54, 11 মে' 2019 (ইউ.টি.চি.)

CIS-A2K: 3 Work positions openসম্পাদনা কৰক

Hello,
Greetings for CIS-A2K. We want to inform you that 3 new positions are open at this moment.

  • Communication officer: (staff position) The person will work on CIS-A2K's blogs, reports, newsletters, social media activities, and over-all CIS-A2K general communication. The last date of application is 4 June 2019.
  • Wikidata consultant: (consultant position), The person will work on CIS-A2K's Wikidata plan, and will support and strengthen Wikidata community in India. The last date of application is 31 May 2019
  • Project Tiger co-ordinatorː (consultant position) The person will support Project tiger related communication, documentation and coordination, Chromebook disbursal, internet support etc. The last date of application is 7 June 2019.

For details about these opportunities please see here. -- Tito (CIS-A2K), sent using MediaWiki message delivery (talk) 10:02, 22 মে' 2019 (ইউ.টি.চি.)

Indic Wikimedia Campaigns/Contests Surveyসম্পাদনা কৰক

Hello fellow Wikimedians,

Apologies for writing in English. Please help me in translating this message to your language.

I am delighted to share a survey that will help us in the building a comprehensive list of campaigns and contests organized by the Indic communities on various Wikimedia projects like Wikimedia Commons, Wikisource, Wikipedia, Wikidata etc. We also want to learn what's working in them and what are the areas that needs more support.

If you have organized or participated in any campaign or contest (such as Wiki Loves Monuments type Commons contest, Wikisource Proofreading Contest, Wikidata labelathons, 1lib1ref campaigns etc.), we would like to hear from you.

You can read the Privacy Policy for the Survey here

Please find the link to the Survey at: https://forms.gle/eDWQN5UxTBC9TYB1A

P.S. If you have been involved in multiple campaigns/contests, feel free to submit the form multiple times.

Looking forward to hearing and learning from you.

-- SGill (WMF) sent using MediaWiki message delivery (talk) 06:09, 25 June 2019 (ইউ.টি.চি.)

Editing News #1—July 2019সম্পাদনা কৰক

18:32, 23 July 2019 (ইউ.টি.চি.)

Update on the consultation about office actionsসম্পাদনা কৰক

Hello all,

Last month, the Wikimedia Foundation's Trust & Safety team announced a future consultation about partial and/or temporary office actions. We want to let you know that the draft version of this consultation has now been posted on Meta.

This is a draft. It is not intended to be the consultation itself, which will be posted on Meta likely in early September. Please do not treat this draft as a consultation. Instead, we ask your assistance in forming the final language for the consultation.

For that end, we would like your input over the next couple of weeks about what questions the consultation should ask about partial and temporary Foundation office action bans and how it should be formatted. Please post it on the draft talk page. Our goal is to provide space for the community to discuss all the aspects of these office actions that need to be discussed, and we want to ensure with your feedback that the consultation is presented in the best way to encourage frank and constructive conversation.

Please visit the consultation draft on Meta-wiki and leave your comments on the draft’s talk page about what the consultation should look like and what questions it should ask.

Thank you for your input! -- The Trust & Safety team 08:02, 16 August 2019 (ইউ.টি.চি.)

Project Tiger 2.0সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

New tools and IP maskingসম্পাদনা কৰক

14:18, 21 August 2019 (ইউ.টি.চি.)

Project Tiger important 2.0 updatesসম্পাদনা কৰক

For any query, feel free to contact us on the talk page 😊
Thanks for your attention
Ananth (CIS-A2K) using MediaWiki message delivery (talk) 13:20, 29 August 2019 (ইউ.টি.চি.)

Wikimedia movement strategy recommendations India salonসম্পাদনা কৰক

Please translate this message to your language if possible.

Greetings,

You know Strategy Working Groups have published draft recommendations at the beginning of August. On 14-15 September we are organising a strategy salon/conference at Bangalore/Delhi (exact venue to be decided) It'll be a 2 days' residential conference and the event aims to provide a discussion platform for experienced Wikimedians in India to learn, discuss and comment about the draft recommendations. Feedback and discussions will be documented.

If you are a Wikipedian from India, and want to discuss the draft recommendations, or learn more about them, you may apply to participate in the event.

Please have a look at the event page for more details The last date of application is 7 September 2019.

It would be great if you share this information who needs this. For questions, please write on the event talk page, or email me at tito+indiasalon@cis-india.org

Thanks for your attention
Ananth (CIS-A2K) sent through MediaWiki message delivery (talk) 09:15, 2 September 2019 (ইউ.টি.চি.)


আই.পি ঠিকনা আৰু নতুন লেখাসম্পাদনা কৰক

আই.পি ঠিকনাৰে লিখা লেখাবোৰৰ বিষয়ে আমি এটা সিদ্ধান্ত লোৱা উচিত হ'ব নেকি? আনহাতে যিসকলে আই.পি ঠিকনাৰে লেখা আৰম্ভ কৰিছে তেওঁলোকক এটা একাউণ্ট খুলিবলৈ অনুৰোধ কৰিলোঁ৷

লগতে, সততে দেখা যায় নতুন সদস্য একোজনে এটা নতুন প্ৰবন্ধ আৰম্ভ কৰি ভাল পায়৷ এইটো এটা ভাল আৰম্ভণি৷ কিন্তু কেৱল এটা-দুটা শাৰীৰে এটা নতুন প্ৰবন্ধ সৃষ্টি কৰি প্ৰৱন্ধৰ সংখ্যা বৃদ্ধি নকৰি প্ৰথমে হাতত পৰ্যাপ্ত তথ্য গোটাইহে পৃষ্ঠাটো আৰম্ভ কৰা উচিত হ'ব যেন লাগে৷ নতুন সদস্যসকলে তেওঁলোকে ভালপোৱা আৰু হাতত মজুত থকা পৰ্যাপ্ত তথ্যৰে লেখা একোটা আৰম্ভ কৰিলে আমাৰ প্ৰবন্ধৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পুনৰ সেই প্ৰবন্ধসমূহ সম্পাদনা কৰাৰ অতিৰিক্ত সময়ৰ পৰাও আমি বাচিব পাৰিম৷ কাৰণ বহু চমু প্ৰবন্ধ এনে কাৰণতে তেনেদৰেই পিছলৈ থাকি যোৱা দেখা গৈছে৷ কিবা সমস্যা বা অসুবিধা হ'লে (আই.পি ঠিকনাৰেই হওঁক লাগিলে) প্ৰথমে "ৰাইজৰ চ'ৰা"ত আলোচনা কৰিবলৈ বা সুধিবলৈ অনুৰোধ কৰিলোঁ৷

Anjal Borah 09:40, 19 জানুৱাৰী 2012 (UTC)

ইয়াত মই কালি প্ৰস্তাৱ এটা দিছিলোঁৱেই http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0_%E0%A6%9A%27%E0%A7%B0%E0%A6%BE_(%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9) Gitartha.bordoloi 09:50, 19 জানুৱাৰী 2012 (UTC)

ঠিকে আছে৷ তোমাৰ কথাখিনি এতিয়াহে দেখিলোঁ৷ নতুন সদস্যসকলে কথাটো মন কৰিলেই হ'ল৷ হাতত পৰ্যাপ্ত তথ্য থাকিলে নতুন প্ৰবন্ধ লিখক, নাথাকিলে নতুন প্ৰবন্ধ আৰম্ভ কৰিব নালাগে৷ প্ৰথমে সদস্যসকলে http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:ShortPages থকা চুটি লেখাবোৰ বহলাব পৰা তথ্য নিজৰ হাতত আছেনেকি চাই ল'লে ভাল হ'ব যেন লাগে৷ Anjal Borah 10:02, 19 জানুৱাৰী 2012 (UTC)


নীলমণি ফুকনসম্পাদনা কৰক

ইয়াত ককা নীলমণি ফুকনৰ প্ৰবন্ধ লিখা আছে৷ কিন্তু আধুনিক কবি নীলমণি ফুকনৰ বিষয়ে আছেনে নাই ধৰিব পৰা নাই৷ কাৰণ অসমীয়া সাহিত্য লেখাটোত আধুনিক কবিৰ শিতানত থকা নীলমণি ফুকনত ক্লিক কৰিলেও ককা নীলমণি ফুকনহে ওলাই৷ এজনক ককা নীলমণি কৰিলে ভাল হ'বনে নীলমণি ফুকন (ককা) কৰিলে ভাল হ'ব? বিষয়টো আপোনালোকৰ দৃষ্টিৰ বাবে আগবঢ়ালোঁ৷ Anjal Borah 07:27, 28 জানুৱাৰী 2012 (UTC)

মোৰ বোধেৰে নীলমণি ফুকন (ককা) ৰাখক। ৱিকিপিডিয়াৰ বাকী লেখনী বিলাকৰ শীৰ্ষত 'সন্মানজনক সম্বোধন' আদি সাধাৰণতে ৰখা নহয়, কিন্তু দুজন ব্যক্তিৰ মাজত দ্ব্যৰ্থতা দূৰীকৰণৰ বাবে বন্ধনীৰ ভিতৰত বিশেষ চিনাকী সূচক শব্দটো ব্যৱহাৰ কৰিলে দুয়োটা নিয়মকে ৰক্ষা কৰা হ'ব। উদ্দীপতালুকদাৰ 11:55, 5 ফেব্ৰুৱাৰী 2012 (UTC)
মই ইতিমধ্যে নীলমণি ফুকন (কনিষ্ঠ) আৰু নীলমণি ফুকন (জেষ্ঠ) হিচাপে দুটা পৃথক প্ৰবন্ধ কৰি ৰাখিছোঁ৷ চাবা৷ লগতে চকুত পৰা অন্যান্য পৃষ্ঠাটো এনেদৰে নামৰ পিছত (কনিষ্ঠ), (জেষ্ঠ) লগাই ৰাখিছোঁ৷

Anjal Borah 06:27, 6 ফেব্ৰুৱাৰী 2012 (UTC)

ক্লীন-আপ টেগৰ বিষয়েসম্পাদনা কৰক

ৱিকিপিডিয়াৰ প্ৰৱন্ধাৱলীত ক্লীন-আপ টেগ লগোৱাৰ বিষয়ে এটা কথা মনলৈ আহিছে। ভালদৰে চাবলৈ গ'লে প্ৰতিটো প্ৰৱন্ধতে অধিক উন্নয়নৰ থল আছে। সেয়ে, এনে টেগ লগোৱাৰ সময়ত 'আলোচনা' পৃষ্ঠাত নিৰ্দিষ্ট কৰি দিয়া ভাল নেকি যে "প্ৰৱন্ধটোত কমেও আৰু এইখিনি কথা যোগ দিয়কঃ ...."। বিশেষ ক্লীন-আপ নিৰ্দেশ যেনে তথ্য উৎস নোহোৱা, ভাষা সলনি আদিৰ বাবে থকা টেগ য'ত প্ৰয়োজন, ত'তে ব্যৱহাৰ কৰা হওঁক। কিন্তু ইয়াৰ পাছতো কিছুমান কনফিউজন ৰৈ যায়। তেনে কথাবিলাক অলপ বহলাই লিখিলে সুবিধা হ'ব। ঠিক কেনেকুৱাকৈ আগবঢ়াটো টেগ লগোৱাজনে বিচাৰিছে, সেইটো বুজিলে এটা দিশত আগবাঢ়িবলৈ সুবিধা হয়। নহ'লে উন্নয়নৰ বাবে বিশেষ সুবিধা নহয়। উদ্দীপতালুকদাৰ 17:56, 11 ফেব্ৰুৱাৰী 2012 (UTC)