ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (সকলো)
এই পৃষ্ঠাত ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাৰ সকলো পৃষ্ঠা একেলগে চাব পাৰিব। শিতানবোৰ আচুতিয়াকৈ চাবলৈ অনুগ্ৰহ কৰি ৰাইজৰ চ'ৰা পৃষ্ঠালৈ যাওক।
অসমীয়া ৱিকিপিডিয়া-সমাজৰ আলোচনা কক্ষলৈ স্বাগতম। ইংৰাজী ৱিকিপিডিয়াত এই পৃষ্ঠাটোক "ভিলেজ পাম্প" বোলা হয়। অসমীয়াত সেয়ে অনেকে এই পৃষ্ঠাক ৱিকি-সমাজ, মুখ্য সদন, আড্ডা, ৰাইজৰ চ'ৰা, মেল আদি বিভিন্ন নামেৰে উল্লেখ কৰে।
(This page is not for discussions.) |
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
৭ দিনতকৈ পুৰণা আলোচনাবোৰ (অন্তিম মন্তব্যৰ দিনৰ পৰা) প্ৰতিটো অধ্যায়ৰ উপ−পৃষ্ঠালৈ স্থানান্তৰ কৰা হয় ((অধ্যায় নাম)/সংৰক্ষণ বুলি কয়)।
আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এটি ৱিকি কৰ্মশালাৰ আয়োজনৰ প্ৰস্তাৱ সম্পৰ্কে আলোচনাৰ বাবে শেহতীয়া সংৰক্ষণ চাওক।সম্পাদনা কৰকনৱবৰ্ষৰ ৱিকি সংকল্প, ২০২৫সম্পাদনা কৰকনতুন বছৰৰ আৰম্ভণিতে আমি বহুতেই বছৰটোত আশা কৰা কথা বা কামৰ বিষয়ে সংকল্প ল'বলৈ চেষ্টা কৰোঁ। বছৰৰ প্ৰথম দিনটোতে নিজৰ ওচৰত এনেকৈ প্ৰতিশ্ৰুতিবদ্ধ হ'লে সেই কথাটোৱেই বছৰটোলৈ আমাক অনুপ্ৰেৰণা যোগাই থাকিব পাৰে। সেই আশাৰেই ২০২৫ চনৰ প্ৰাকক্ষণত সকলোকে একোটাকৈ ৱিকি সংকল্প ল'বলৈ আহ্বান জনাব খুজিছোঁ। অনাগত বছৰটোত আপুনি ৱিকিৰ যিকোনো প্ৰকল্পত কেনেধৰণে অৱদান আগবঢ়াব বিচাৰে সেয়া এই প্ৰস্তাৱত মন্তব্য হিচাপে যোগ দিব পাৰে। এই সংকল্পসমূহ যিমান পাৰি স্মাৰ্ট (SMART: নিৰ্দিষ্ট (Specific), জুখিব পৰা (Measurable), কৰিব পৰা (Achievable), ৱিকি সম্পৰ্কীয় (Relevant), আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত (Time-Bound)) হ'লে ভাল। ২০২৫ চনৰ বাবে মোৰ ৱিকি সংকল্প হৈছে-
-Joli Rumi (বাৰ্তা) 14:13, 14 December 2024 (ইউ.টি.চি.) মোৰ সংকল্পসম্পাদনা কৰক
মন্তব্যসম্পাদনা কৰকনাৰীবাদ আৰু লোকগাথা ২০২৫ৰ আয়োজনসম্পাদনা কৰকপ্ৰিয় স্বেচ্ছাসেৱকসকল, প্ৰতি বছৰৰ দৰে এইবাৰো আমি নাৰীবাদ আৰু লোকগাথা সম্পাদনা-মেলা আয়োজন কৰিবলৈ ওলাইছোঁ৷ নাৰীবাদ আৰু লোকগাথা হৈছে ৱিকিপিডিয়াত সাংস্কৃতিক বৈচিত্ৰ্য আৰু লৈংগিক সমতাৰআ বাৰ্ষিক উদ্যাপন৷ এয়া হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি, লোকগাথা আৰু মহিলা বিষয়ক সমল বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই অৱদানকাৰীসকলক স্থানীয় সাংস্কৃতিক অনুষ্ঠান, লোক-সম্পৰ্কীয় কাৰ্যকলাপ, আৰু মহিলাসকলৰ সততে অৱহেলিত কিন্তু উল্লেখযোগ্য অৱদানসমূহৰ অন্তৰ্ভুক্তিকৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই প্ৰতিযোগিতা ৱিকি লাভছ্ লোকগাথা (WLF) অভিযানৰ এক অবিচ্ছেদ্য অংশ। বাকীসমূহ ভাষাৰ দৰে এইবেলিও অসমীয়া ৱিকিপিডিয়াই উক্ত প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৫-ৰ পৰা ৩১ মাৰ্চ ২০২৫-লৈ চলিব। আশা কৰিছোঁ, আপোনালোকে উক্ত প্ৰতিযোগিতাত অংশ লৈ প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তুলিব৷ প্ৰতিযোগিতাৰ বাবে ইতিমধ্যেই এটা প্ৰকল্প-পৃ্ষ্ঠা সাজু কৰা হৈছে৷ চাবলৈ ইয়াত ক্লিক কৰক৷ গোলকীয় পৰ্যায়ৰ মূল পৃষ্ঠাৰ বাবে ইয়াত ক্লিক কৰক৷
আপোনালোকৰ মতামত জনাব৷ ধন্যবাদেৰে Ishanjyotibora (বাৰ্তা) 07:04, 6 January 2025 (ইউ.টি.চি.) মন্তব্যসম্পাদনা কৰক
|
Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Surveyসম্পাদনা কৰকDear Community Members, I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity. We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal. This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference. Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6 We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations. Deadline to Submit the Survey: 20 January 2025 Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input. Warm regards, A2K মাহিলী ৰিপোৰ্ট – ডিচেম্বৰ ২০২৪সম্পাদনা কৰকপ্ৰিয় ৱিকিমিডিয়ানসকল, ২০২৫ চনলৈ শুভেচ্ছা যাচিলোঁ! যোৱাটো মাহৰ পৰা আমি লৈ থকা পদক্ষেপ আৰু কৃতিত্বসমূহ প্ৰদৰ্শন কৰি CIS-A2K নিউজলেটাৰৰ ডিচেম্বৰ সংস্কৰণটো আপোনালোকৰ সম্মুখত দিবলৈ পাই আমি ৰোমাঞ্চিত হৈছোঁ। এই সংখ্যাত আমি মূল অনুষ্ঠানসমূহ, সহযোগিতামূলক প্ৰকল্পসমূহ আৰু সম্প্ৰদায়ৰ সৈতে জড়িত প্ৰচেষ্টাসমূহৰ বিশদ বিৱৰণ আগবঢ়াইছোঁ। তদুপৰি আমি আগন্তুক মাহৰ বাবে আমি ৰখা ৰোমাঞ্চকৰ পৰিকল্পনাসমূহৰ প্ৰাকদৰ্শন আগবঢ়াইছোঁ। ৱিকিক একেলগে উদযাপন কৰি আগবঢ়াই নিয়ক আৰু সময়ত আমাৰ সময়োপযোগী কাম-কাজ আৰু সম্প্ৰদায়ৰ সৈতে সংযুক্ত হৈ থাকক! মুখ্য বাতৰিসম্পাদনা কৰক
A2K ৰ পৰা প্ৰেৰণ কৰা হৈছেসম্পাদনা কৰক
লাৰ্ণিং আৱাৰ কলসম্পাদনা কৰকইণ্ডিক ৱিকিমিডিয়া হেকাথন ২০২৪সম্পাদনা কৰকচাওঁতালি খাদ্য উৎসৱসম্পাদনা কৰকসোনকালে আহি আছে - আগন্তুক কাৰ্য্যকলাপসম্পাদনা কৰক
এই বাতৰি কাকতখন চাবস্ক্ৰাইব বা আনচাবস্ক্ৰাইব কৰিবলৈ ইয়াত ক্লিক কৰক।here.
Open Community Call - Expressions of Interest to host Wikimania 2027 in Indiaসম্পাদনা কৰকঅনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক Dear Wikimedians, Happy 2025.. 😊 As you must have seen, members from Wikimedians of Kerala and Odia Wikimedia User Groups initiated preliminary discussions around submitting an Expression of Interest (EoI) to have Wikimania 2027 in India. You can find out more on the Meta Page. Our aim is to seek input and assess the overall community sentiment and thoughts from the Indian community before we proceed further with the steps involved in submitting the formal EOI. As part of the same, we are hosting an open community call regarding India's Expression of Interest (EOI) to host Wikimania 2027. This is an opportunity to gather your valuable feedback, opinions, and suggestions to shape a strong and inclusive proposal.
Your participation is key to ensuring the EOI reflects the collective aspirations and potential of the vibrant South Asian community. Let’s join together to make this a milestone event for the Wikimedia movement in South Asia. We look forward to your presence!
Launching! Join Us for Wiki Loves Ramadan 2025!সম্পাদনা কৰকDear All, We’re happy to announce the launch of Wiki Loves Ramadan 2025, an annual international campaign dedicated to celebrating and preserving Islamic cultures and history through the power of Wikipedia. As an active contributor to the Local Wikipedia, you are specially invited to participate in the launch. This year’s campaign will be launched for you to join us write, edit, and improve articles that showcase the richness and diversity of Islamic traditions, history, and culture.
To get started, visit the campaign page for details, resources, and guidelines: Wiki Loves Ramadan 2025. Add your community here, and organized Wiki Loves Ramadan 2025 in your local language. Whether you’re a first-time editor or an experienced Wikipedian, your contributions matter. Together, we can ensure Islamic cultures and traditions are well-represented and accessible to all. Feel free to invite your community and friends too. Kindly reach out if you have any questions or need support as you prepare to participate. Let’s make Wiki Loves Ramadan 2025 a success! For the International Team 12:07, 16 January 2025 (ইউ.টি.চি.) |