অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
গৱেষণা প্ৰতিষ্ঠান
সম্পাদনা কৰক- উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, (North East Institute of Science and Technology, NEIST), যোৰহাট
- টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Experimental Station), যোৰহাট
- বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat, RFRI)
- আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড় ( Regional Medical Research Centre,NE Region, Dibrugarh)
- গুৱাহাটী স্নায়ু গৱেষণা কেন্দ্ৰ (Guwahati Neurological Research Centre, GNRC)
- প্লাজমা পদাৰ্থ বিজ্ঞান কেন্দ্ৰ, (Centre of Plasma Physics), গুৱাহাটী
- বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান (Institute of Advanced Study in Science and Technology) গুৱাহাটী
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (Lokopriya Gopinath Bordoloi Regional Institute of Mental Health, LGBRIMH) তেজপুৰ
- উত্তৰ-পূব আঞ্চলিক পানী আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান (North Eastern Institute of Water and Land Management, NERIWALM), তেজপুৰ
- আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ (Regional Agricultural Research Station, Titabar)
বিশ্ববিদ্যালয়
সম্পাদনা কৰক- অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University), যোৰহাট
- অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়(Assam Science and Technology University),গুৱাহাটী
- গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University)
- ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University)
- অসম বিশ্ববিদ্যালয় (Assam University), শিলচৰ
- তেজপুৰ বিশ্ববিদ্যালয় (Tezpur University)
- বড়োলেণ্ড বিশ্ববিদ্যালয় (Bodoland University), কোকৰাঝাৰ
- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (Krishna Kanta Handique State Open University)
- কটন বিশ্ববিদ্যালয় (Cotton University), গুৱাহাটী
- অসম ডনব’স্ক’ বিশ্ববিদ্যালয় (Assam Don Bosco University)
- অসম ডাউনটাউন বিশ্ববিদ্যালয় (Assam down town University)
- শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (Srimanta Sankardeva University of Health Sciences)
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
- কাজিৰঙা বিশ্ববিদ্যালয় (Kaziranga University), যোৰহাট
- অসম মহিলা বিশ্ববিদ্যালয় (Assam Woman's University) যোৰহাট
- জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (National Law University and Judicial Academy, Assam)
- অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় (Assam Rajiv Gandhi University of Cooperative Management)
- কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰী (Kumar Bhaskar Varma Sanskrit and Ancient Studies University, Nalbari)
- ৰয়েল গ্লোৱেল বিশ্ববিদ্যালয়, গুৱাহাটী (Royal Global University)
চিকিৎসা মহাবিদ্যালয়
সম্পাদনা কৰক- অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College), ডিব্ৰুগড়
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (Gauhati Medical College), গুৱাহাটী
- শিলচৰ চিকিৎসা মহাবিদ্যালয় (Silchar Medical College and Hospital), শিলচৰ
- যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College), যোৰহাট
- ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় (Fakhruddin Ali Ahmed Medical College), বৰপেটা
- তেজপুৰ চিকিৎসা মহাবিদ্যালয় (Tezpur Medical College ),তেজপুৰ
- ড: জে. কে. শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় (Dr. J.K. Saikia Homeopathic Medical College), যোৰহাট
- অসম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় (Assam Govt. Ayurvedic College), গুৱাহাটী
- আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Regional Dental College and Hospital),গুৱাহাটী
প্ৰযুক্তি আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান
সম্পাদনা কৰক- ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (Indian Institute of Technology Guwahati)
- ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (National Institute of Technology, Silchar)
- ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (Indian Institute of Information Technology ,Guwahati)
- যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (Jorhat Engineering College)
- অভিযান্ত্ৰিক বিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় (School of Engineering, Tezpur University)
- অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (Assam Engineering College), গুৱাহাটী
- যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Jorhat Institute of Science and Technology)
- বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় (Bineswar Brahma Engineering College), কোকৰাঝাৰ
- কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান , কোকৰাঝাৰ (Central Institute of Technology, Kokrajhar)
- প্ৰিন্স অফ ৱেল্চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Prince of Wales Institute Of Engineering & Technology), যোৰহাট
- নেটেচ প্ৰযুক্তি আৰু বিজ্ঞান প্ৰতিষ্ঠান (NETES Institute of Technology & Science), মিৰ্জা
- গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Girijananda Chowdhury Institute of Management and Technology), গুৱাহাটী
- ৰয়েল অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Royal School of Engineering & Technology), গুৱাহাটী
- ডন বস্ক' প্ৰযুক্তি প্ৰতিষ্ঠান (Don Bosco Institute of Technology), আজাৰা, গুৱাহাটী
- বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় (Barak Valley Engineering College), কৰিমগঞ্জ
- বৈমাণিক অভিযান্ত্ৰিক মহাবিদ্যালয় (College of Aeronautical Engineering), বৰঝাৰ, গুৱাহাটী
ব্যৱস্থাপনা প্ৰতিষ্ঠান
সম্পাদনা কৰক- ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় (School of Management Science, Tezpur University)
- বাণিজ্যিক প্ৰশাসন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় (Department of Business Administration, Gauhati University)
- ব্যৱস্থাপনা অধ্যয়ন বিদ্যালয়, অসম বিশ্ববিদ্যালয় (School of Management Studies, Assam University)
- ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (Centre for Management Studies, Dibrugarh University)
- অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান (Assam Institute of Management), গুৱাহাটী
- উত্তৰ-পূব স্থানীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (North Eastern Regional Institute of Management, NERIM), গুৱাহাটী
- ৰয়েল বাণিজ্যিক বিদ্যালয় (Royal School Of Business), গুৱাহাটী
- Institute of Strategic Business Management (ISBM), Guwahati
- ডাৰৱিন বাণিজ্যিক বিদ্যালয় (Darwin School of Business), গুৱাহাটী
- চি.কে.বি. বাণিজ্য মহাবিদ্যালয় (CKB Commerce College), যোৰহাট
- গুৱাহাটী বাণিজ্য মহাবিদ্যালয় (Gauhati Commerce College), গুৱাহাটী
- ডন বস্ক' ব্যৱস্থাপনা প্ৰতিষ্ঠান (Don Bosco Institute of Management), গুৱাহাটী
- লখিমপুৰ বাণিজ্য মহাবিদ্যালয়(Lakhimpur Commerce College), উত্তৰ লখিমপুৰ
আইন প্ৰতিষ্ঠান
সম্পাদনা কৰকস্থাপত্যকলা প্ৰতিষ্ঠান
সম্পাদনা কৰক- গুৱাহাটী স্থাপত্যকলা মহাবিদ্যালয় (Guwahati College of Architecture)
- ৰয়েল স্থাপত্যকলা বিদ্যালয় (Royal School of Architecture), বেতকুঁচি, গুৱাহাটী
হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠান
সম্পাদনা কৰক- উত্তৰ-পূব ব্যৱস্থাপনা বিজ্ঞান প্ৰতিষ্ঠান (North East Institute of Management Science, NEIMS), যোৰহাট
NAACৰ দ্বাৰা মূল্যাংকিত প্ৰতিষ্ঠান
সম্পাদনা কৰক- অভয়াপুৰী মহাবিদ্যালয়, অভয়াপুৰী
- আমগুৰি মহাবিদ্যালয়, আমগুৰি, শিৱসাগৰ
- আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও
- আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী
- উত্তৰ লখিমপুৰ মহাবিদ্যালয়, উত্তৰ লখিমপুৰ
- উত্তৰ লখিমপুৰ ছোৱালী মহাবিদ্যালয়, উত্তৰ লখিমপুৰ
- লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, উত্তৰ লখিমপুৰ
- মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ
- বিহপুৰীয়া বাণিজ্য মহাবিদ্যালয়, বিহপুৰীয়া
- বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া
- বঙাইগাঁও মহাবিদ্যালয়, বঙাইগাঁও
- বজালী মহাবিদ্যালয়, পাঠশালা
- বি এইচ মহাবিদ্যালয়, বৰপেটা ৰোড
- ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়, ভৱানীপুৰ
- বাপুজী মহাবিদ্যালয়, সৰ্থেবাৰী
- বাহনা মহাবিদ্যালয়, যোৰহাট
- বিলাসীপাৰা মহাবিদ্যালয়, বিলাসীপাৰা
- বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি
- ছয়দুৱাৰ মহাবিদ্যালয়, গহপুৰ
- Birjhora Mahavidyalaya, বঙাইগাঁও
- কাছাৰ মহাবিদ্যালয়, শিলচৰ
- কোকৰাঝাৰ মহাবিদ্যালয়
- কামপুৰ মহাবিদ্যালয়,কামপুৰ
- গোৱালপাৰা মহাবিদ্যালয়, গোৱালপাৰা
- চি.কে.বি. বাণিজ্য মহাবিদ্যালয় (CKB Commerce College), যোৰহাট
- জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট
- তেজপুৰ মহাবিদ্যালয়, তেজপুৰ
- দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়, যোৰহাট
- জি এল চি মহাবিদ্যালয়, বৰপেটা ৰোড
- দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও
- দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট
- দৰং মহাবিদ্যালয়, তেজপুৰ
- দক্ষিণ কামৰূপ মহাবিদ্যালয়, দক্ষিণ কামৰূপ
- ধেমাজি মহাবিদ্যালয়
- নগাঁও মহাবিদ্যালয়
- পূব কামৰূপ মহাবিদ্যালয়, বাইহাটা চাৰিআলি
- প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী
- ভোলানাথ মহাবিদ্যালয়, ধুবুৰী
- বি. বৰুৱা মহাবিদ্যালয়, গুৱাহাটী
- মাধৱ চন্দ্ৰ চৌধুৰী মহাবিদ্যালয়, বৰপেটা
- সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী
- যোৰহাট মহাবিদ্যালয়
কনিষ্ঠ মহাবিদ্যালয়
সম্পাদনা কৰক- ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়
- শ্ৰীমন্ত শঙ্কৰদেৱ একাডেমী, গুৱাহাটী
- ৰামানুজ গুপ্তা কনিষ্ঠ মহাবিদ্যালয়, শিলচৰ
- আৰ্যভট্ট কনিষ্ঠ মহাবিদ্যালয়, গুৱাহাটী
- স্বদেশী একাডেমী, গুৱাহাটী
- মাধৱ কন্দলী কনিষ্ঠ মহাবিদ্যালয়,কামপুৰ
- জ্ঞান বিজ্ঞান একাডেমী , ডিব্ৰুগড়