অসমত দেখা চৰাইবোৰ

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

জৈব-বৈচিত্ৰ্যত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি। তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায়।[1] আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰজাতিসমূহৰ মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, বিতৰণৰ বিচ্ছিন্নতা তথা সংৰক্ষণৰ গুৰুত্ব অনুসৰি প্ৰস্তুত কৰা ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কিছুসংখ্যক চৰাইৰ ৰঙেও স্থান পাইছে। এই সমূহৰ ভিতৰত হাড়গিলা (Greater Adjutant), পাতি শগুণ /বগা পিঠিয়া শগুণ(White-rumped Vulture),ক'লা শগুণ(Cinereous Vulture), তামূলীয়া শগুণ/ৰজা শগুণ (Red-headed Vulture), উলূম’ৰা (Bengal Florican), ৱাক চৰাই (Black crown night heron)আদি উল্লেখযোগ্য। অসমত স্থানীয় চৰাইৰ পৰা আৰম্ভ কৰি সূদুৰ বিদেশৰপৰা অহা পৰিভ্ৰমী চৰাইলৈকে বিভিন্ন ধৰণৰ চৰাই দেখা পোৱা যায়। ইয়াৰে যথাসম্ভৱ চৰাইৰ তালিকা তলত দিয়া হ'ল।[2]

ক্ৰমিক নং অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম স্থানীয়/পৰিভ্ৰমী চিত্ৰ
পানী ডুবি Little Grebe Tachybaptus ruficollis স্থানীয়
বৰডুবি বা টুপী-মুৰীয়া বৰডুবি Great Crested Grebe Podiceps cristatus পৰিভ্ৰমী
ঢেৰা বা ভেলা Spot-billed Pelican Pelecanus phillippensis স্থানীয়
ৰঙী ঢেৰা/বৰ বগী ভেলা Great White Pelican Pelecanus onocrotalus পৰিভ্ৰমী
কৈলাঙী Indian Shag Phalacrocorax fuscicollis স্থানীয়
পানী কাউৰী Little Cormorant Phalacrocorax niger স্থানীয়
দৈকলা Great Cormorant Phalacrocorax carbo স্থানীয়
মণিয়ৰি Oriental Darter Anhinga melanogaste স্থানীয়
বৰ বগ Great Egret Egretta alba স্থানীয়
১০ বামুণ বগলী Little Egret Egretta garzetta স্থানীয়
১১ গো-বগ Eastern Cattle Egret Bubulcus coromandus স্থানীয়
১২ পানী বগলী বা মাজু বগলী Intermediate Egret Egretta intermedia স্থানীয়
১৩ কণামুছৰি Indian Pond Heron Ardeola grayii স্থানীয়
১৪ চেঁচা বগলী বা হালখেদা চৰাই, আজান/হালখেদা[3] Grey Heron Ardea cinerea স্থানীয়
১৫ আজান চৰাই/লাল কোল Purple Heron Ardea purpurea স্থানীয়
১৬ বৰ আজান বা বৰ বগলী White-bellied Heron Ardea insignis স্থানীয়
১৭ দৈত্যকায় বগলী/ বিষালকায় বগলী Goliath Heron Ardea goliath পৰিভ্ৰমী
১৮ চীনা কনামুচৰি Chinese Pond-heron Ardeola bacchus পৰিভ্ৰমী
১৯ ৰাজ বগ/ মালয়েছিয়ান ৰাতিচৰা Malayan Night-heron Gorsachius melanolophus পৰিভ্ৰমী
২০ ৰাতিচৰা বা নিশাচৰ বগলী/ৱাক চৰাই Black-crowned Night-heron Nycticorax nycticorax স্থানীয়
২১ সৰু মুছৰি Striated Heron Butorides striata স্থানীয়
২২ ক'লা বগলী বা কৃষ্ণ বগ Black Bittern Dupetor flavicollis পৰিভ্ৰমী
২৩ ইটাগুৰীয়া/তামোলীয়া/ৰঙা বগ Chestnut Bittern Ixobrychus cinnamomeus স্থানীয়
২৪ হালধীয়া/পিত বগলী Yellow Bittern Ixobrychus sinensis স্থানীয়
২৫ ইউৰেছিয়ান বগ/পাখৰী বগ Eurasian Bittern Botaurus stellaris পৰিভ্ৰমী
২৬ শামুকভঙা/শামুক খোৱা Asian Openbill Anastomus oscitans স্থানীয়
২৭ তেলীয়া সাৰেং Black-necked Stork Ephippiorhynechus asiaticusasiaticus স্থানীয়
২৮ কনুৱা Woolly-necked Stork Ciconia episcopus স্থানীয়
২৯ কাকৈঢোৰা/পাকৈঢোৰা Painted Stork Mycteria leucocephala স্থানীয়
৩০ কৃষ্ণ বৰটোকোলা/ক'লা বৰটোকোলা বা কাল শৰ/মনুৱা Black Stork Ciconia nigra পৰিভ্ৰমী
৩১ কলা আকুহী বগ Indian Black Ibis Pseudibis papillosa স্থানীয়
৩২ ইটাগুৰীয়া আকোহী বগ/চক চকীয়া বগ Glossy Ibis Plegadis falcinellus পৰিভ্ৰমী
৩৩ বগা আকোহী বগ/ক'লা মূৰীয় আকোহী বগ Black-headed Ibis Threskiornis melanocephalus পৰিভ্ৰমী
৩৪ ইউৰেছিয়ান চামোচ ঠু্ঁটীয়া বগলী/ খন্তীয়া বগ Eurasian Spoonbill Platalea leucorodia স্থানীয়
৩৫ হাড়গিলা Greater Adjutant Leptoptilos dubius স্থানীয়
৩৬ বৰটোকোলা Lesser Adjutant Leptoptilos javanicus স্থানীয়
৩৭ ধৃতিৰাজ Bar-headed Goose Anser indicus
৩৮ দেওৰাজ হাঁহ/ খেৰী হাঁহ Grey-leg Goose Anser anser স্থানীয়
৩৯ শৰালি Lesser Whistling Duck Dendrocygna javanica স্থানীয়
৪০ বৰশৰালি Fulvous Whistling Duck Dendrocygna bicolor স্থানীয়
৪১ চাকৈ-চকোৱা Ruddy shelduck Tadorna ferruginea পৰিভ্ৰমী
৪২ ৰঙা মুখী চাকৈ চকোৱা/বগা চাকৈ চকোৱা Common Shelduck Tadorna tadorna পৰিভ্ৰমী
৪৩ নুক্তা হাঁহ/জোঙ নাকী হাঁহ Knob-billed Duck Sarkidiornis melanotos স্থানীয়
৪৪ দেওহাঁহ White-winged Wood Duck Cairina scutulata স্থানীয়
৪৫ ঘিলা হাঁহ Common Teal Anas crecca পৰিভ্ৰমী
৪৬ কাজলবুলী‌য়া হাঁহ Garganey Anas querquedula পৰিভ্ৰমী
৪৭ সৰুমূগী হাঁহ/মূগী হাঁহ Gadwall Anas strepera পৰিভ্ৰমী
৪৮ আকুঁহী পাখিৰ হাঁহ/কাচী ডেউকাৰ হাঁহ Falcated Duck Mareca falcata পৰিভ্ৰমী
৪৯ বাদামী মূৰীয়া হাঁহ Eurasian Wigeon Mareca penelope পৰিভ্ৰমী
৫০ দীঘলনেজী Northern Pintail Anas acuta পৰিভ্ৰমী
৫১ খন্তীয়া হাঁহ Northern Shoveler Spatula clypeata পৰিভ্ৰমী
৫২ বৰমূগী হাঁহ/ নাকৰ খেচঁ খেঁচী/ফুটুকী হাঁহ Spot-billed Duck Anas poecilorhyncha স্থানীয়
Spot-billed Duck RWD7
Spot-billed Duck RWD7
৫৩ আমৰ’লীয়া হাঁহ Mallard Anas platyrhynchos পৰিভ্ৰমী
৫৪ বৰ সাগৰীয় হাঁহ Greater Scaup Anas marila পৰিভ্ৰমী
৫৫ বামুণী হাঁহ Tufted Duck Aythya fuligula পৰিভ্ৰমী
৫৬ কাকলি হাঁহ /বৰকালী হাঁহ Ferruginous Pochard Athya nyroca
৫৭ বৰ কলীমুৰী হাঁহ Baer’s Pochard Aythya baeri পৰিভ্ৰমী
৫৮ ৰঙা মুৰীয়া হাঁহ Common Pochard Aythya ferina পৰিভ্ৰমী
৫৯ ৰঙা টুপীৰ হাঁহ Red-crested Pochard Netta rufina পৰিভ্ৰমী
৬০ গোলাপী মূৰীয়া হাঁহ Pink-headed Duck Rhodonessa caryophyllacea স্থানীয়
৬১ বালি হাঁহ Cotton Teal Netapus cormandelianus পৰিভ্ৰমী
৬২ মাণ্ড্ৰিয়ান ৰজা হাঁহ Mandarin Duck Aix galericulata পৰিভ্ৰমী
৬৩ মাৰ্বল বা স্ফতীকি হাঁহ Marbled Duck Marmaronetta angustirostris পৰিভ্ৰমী
৬৪ সোণালী চকুৱা হাঁহ Common Goldeneye Bucephala clangula পৰিভ্ৰমী
৬৫ Smew Mergellus albellus পৰিভ্ৰমী
৬৬ Common Merganser Mergus merganser পৰিভ্ৰমী
৬৭ চিলনী Black kite Milvus migrans স্থানীয়
৬৮ ৰঙাচিলনী Brahmini Kite Accipiter badis স্থানীয়
৬৯ Jerdon’s Baza Aviceda jerdoni স্থানীয়
৭০ Black Baza Aviceda leuphotes পৰিভ্ৰমী
৭১ Black Kite Milvus migrans migrans স্থানীয়
৭২ Black-eared Kite Milvus migrans lineatus পৰিভ্ৰমী
৭৩ বাৰীশেন Shikra Accipiter badis স্থানীয়
Shikra (Male)
Shikra (Male)
৭৪ Besra Sparrowhawk Accipiter virgatus স্থানীয়
৭৫ Northern Goshawk Accipeter gentilis পৰিভ্ৰমী
৭৬ Eurasian Sparrowhawk Accipeter nisus melaschistos পৰিভ্ৰমী
৭৭ Crested Goshawk Accipiter trivirgatus স্থানীয়
৭৮ Himalayan Buzzard Buteo burmanicus পৰিভ্ৰমী
৭৯ মৌখাপ Oriental Honey-buzzard Pernis ptilorhynchus স্থানীয়
৮০ White-eyed Buzzard Butastur teesa স্থানীয়
৮১ সাপকটা বা খোপাডাঙৰী Crested Serpent-eagle Spilornis cheela স্থানীয়
৮২ Short-toed Eagle Ciraetus gallicus স্থানীয়
৮৩ Rufous-bellied Eagle Lophotriorchis kienerii স্থানীয়
৮৪ Bonelli’s Eagle Aquila fasciata স্থানীয়
৮৫ Mountain Hawk-eagle Nisaetus nipalensis স্থানীয়
৮৬ Changeable Hawk-eagle Nisaetus limnaeetus স্থানীয়
৮৭ Crested Hawk-eagle Nisaetus cirrhatus স্থানীয়
৮৮ Black eagle Ictinaetus malayensis স্থানীয়
৮৯ কুৰুৱা Indian Spotted Eagle Clanga hastata স্থানীয়
৯০ Greater Spoted Eagle Clanga clanga পৰিভ্ৰমী
৯১ Steppe Eagle Aquila nipalensis পৰিভ্ৰমী
৯২ Western Osprey Pandion haliaetus পৰিভ্ৰমী
৯৩ Lesser Fish-eagle Icthyophaga humilis স্থানীয়
৯৪ উকাহ Grey headed Fish-eagle Icthyophaga icthyaectus স্থানীয়
৯৫ কুৰুৱা Pallas’s Fish-eagle Haliaeetus leucoryphus স্থানীয়
৯৬ White-tailed Eagle Haliaeetus albicilla পৰিভ্ৰমী
৯৭ পাতি শগুণ/বগা পিঠিয়া শগুন White- rumped Vulture Gyps bengalensis স্থানীয়
৯৮ Slender-billed Vulture Gyps tenuirostris স্থানীয়
৯৯ বৰাশগুণ Eurasian Griffon Gyps fulvus পৰিভ্ৰমী
১০০ হিমালয়ৰ শুগুণ / জপৰা শগুণ Himalayan Vulture Gyps himalayensis পৰিভ্ৰমী
১০১ ৰজা শগুণ Red-headed Vulture Sarcogyps calvus স্থানীয়
১০২ ডবাশেন Western Marsh Harrier Circus aeruginosus পৰিভ্ৰমী
১০৩ মাছুৱা শেন Pallid Harrier Circus macrourus স্থানীয়/ পৰিভ্ৰমী
১০৪ Pied Harrier Circus melanoleucos পৰিভ্ৰমী
১০৫ Hen Harrier Circus cyaneus স্থানীয়/ পৰিভ্ৰমী
১০৬ Collared Falconet Microhierax caerulescens স্থানীয়
১০৭ Pied Falconet Microhierax melanoleucos স্থানীয়
১০৮ Common Kestrel Falco tinnunculus পৰিভ্ৰমী
১০৯ Oriental Hobby Falco severus স্থানীয়
১১০ Amur Falcon Falco amurensis পৰিভ্ৰমী
১১১ ৰঙামূৰীয়া শেন Red headed Falcon Falco chicquera স্থানীয়
১১২ শেন Shahin / Peregrine Falcon Falco peregrinus peregrinator স্থানীয়
১১৩ Black Francolin Francolinus francolinus স্থানীয়
১১৪ হয়কলি Swamp Francolin Francolinus gularis স্থানীয়
১১৫ Mountain Bamboo Partridge Bambusicola fytchii স্থানীয়
১১৬ Common Hill-partridge Arborophila torqueola স্থানীয়
১১৭ White-cheeked Hill-partridge Arborophila atrogularis স্থানীয়
১১৮ Rufus-throated Hill-partridge Arborophila rufogularis স্থানীয়
১১৯ বতা চৰাই Common Quail Coturnix coturnix স্থানীয়
১২০ Blue-breasted Quail Excalfactoria chinensis স্থানীয়
১২১ Barred Buttonquail Turnix suscitator স্থানীয়
১২২ Yellow-legged Buttonquail Turnix tanki পৰিভ্ৰমী
১২৩ বনকুকুৰা Red Jungle Fowl Gallus gallus স্থানীয়
১২৪ দেও ডৰিক Grey Peacock-pheasant Polyplectron bicalcaratum স্থানীয়
১২৫ ডৰিক Kaleej Pheasant Lophura leucomelanos স্থানীয়
১২৬ ম’ৰা চৰাই Indian Peafowl Pavo cristatus স্থানীয়
১২৭ Common Crane Grus grus পৰিভ্ৰমী
১২৮ কৰ্চন চৰাই Sarus Crane Grus antigone স্থানীয়
১২৯ উলূম’ৰা Bengal Florican Haubaropsis bengalensis স্থানীয়
BustardsLyd4
BustardsLyd4
১৩০ Slaty-breasted Rail Gallirallus striatus স্থানীয়
১৩১ Eastern Water Rail Rallus indicus পৰিভ্ৰমী
১৩২ Slaty-legged Crake Rallina eurizonoides স্থানীয়
১৩৩ ৰঙা জিকৰ Ruddy-breasted Crake Porzana fusca স্থানীয়
১৩৪ ক'লা নেজী জিকৰ Black-tailed Crake Porzana bicolor স্থানীয়
১৩৫ ডাউক White-breasted Waterhen Amaurornis phoenicurus স্থানীয়
১৩৬ ক’ৰা চৰাই Watercock Gallicrex cinerea স্থানীয়
১৩৭ কামচৰাই Purple Moorhen Porphyrio porphyrio স্থানীয়
১৩৮ পানীডাউক Common Moorhen Gallinula chloropus স্থানীয়
১৩৯ বন ঢেকৰ Masked Finfoot Heliopais personatus স্থানীয়
১৪০ Pied Avocet Recurvirostra avosetta পৰিভ্ৰমী
১৪১ দলপুঙা Bronze-winged Jacana Hydrophasianus chirurgus স্থানীয়
১৪২ দলমৰা Pheasant-Tailed Jacana Hydrophasianus chirurgus স্থানীয়
১৪৩ Small Pratincole Glareola Lactea স্থানীয়
১৪৪ Great Thick-knee Esacus recurvirostris স্থানীয়
১৪৫ বালিঘৰা Red-wattled Lapwing Vanellus indicus স্থানীয়
১৪৬ শিলঘোৰা River Lapwing Vanellus duvaucelii স্থানীয়
১৪৭ দ’লঘোৰা Grey-headed Lapwing Vanellus cinereus পৰিভ্ৰমী
১৪৮ টেটাটুৱা/টিকনী বালিঘোৰা Northern Lapwing Vanellus vanellus স্থানীয়/ পৰিভ্ৰমী
১৪৯ ল’ৰিয়লি Little Ringed Plover Charadrius dubius curonicus পৰিভ্ৰমী
১৫০ Long-billed Plover Charadrius placidus পৰিভ্ৰমী
১৫১ Common Greenshank Tringa nebularia পৰিভ্ৰমী
১৫২ লৰীয়তী Marsh Sandpiper Tringa stagnatilis পৰিভ্ৰমী
১৫৩ বৰবালি বগুৱা Wood Sandpiper Tringa glareola পৰিভ্ৰমী
১৫৪ Green Sandpiper Tringa ochropus পৰিভ্ৰমী
১৫৫ বালিটোকা বা বালিখোঁচৰা Common Sandpiper Actitis hypoleucos পৰিভ্ৰমী
১৫৬ Common Redshank Tringa totanus পৰিভ্ৰমী
১৫৭ Temminck’s Stint Ereunetes temminckii পৰিভ্ৰমী
১৫৮ Greater Painted-snipe Rostratula benghalensis স্থানীয়
১৫৯ Jack Snipe Lymnocryptes minimus পৰিভ্ৰমী
১৬০ Common Snipe Gallinago gallinago পৰিভ্ৰমী
১৬১ Pintail Snipe Gallinago stenura পৰিভ্ৰমী
১৬২ Wood Snipe Gallinago nemoricola পৰিভ্ৰমী
১৬৩ Eurasian Woodcock Scolopax rusticola পৰিভ্ৰমী
১৬৪ Great Black-headed Gull Ichthyaetus ichthyaetus পৰিভ্ৰমী
১৬৫ Brown-headed Gull Chroicocephalus brunnicephalus পৰিভ্ৰমী
১৬৬ Common Black-headed Gull Chroicocephalus ridibundus পৰিভ্ৰমী
১৬৭ গঙাচিলনী Indian River Tern Sterna aurantia স্থানীয়
১৬৮ Black-bellied Tern Sterna acuticauda স্থানীয়
১৬৯ কজলা গঙাচিলনী Whiskered Tern Chlidonias hybrida পৰিভ্ৰমী
১৭০ Rock Pigeon Columba livia স্থানীয়
১৭১ পৰঘুমা Green Imperial Pigeon Ducula aenea স্থানীয়
১৭২ পাহাৰী পৰঘুমা Mountain Imperial Pigeon Ducula badia স্থানীয়
১৭৩ Oriental Turtle-dove Streptopelia orientalis স্থানীয়
১৭৪ শিল কপৌ Common Emerald Dove Chalcophaps indica
১৭৫ হাৰুৱা কপৌ Red Collared Dove Streptopelia chinensis স্থানীয়
১৭৬ তিল কপৌ Spotted Dove Passer domesticus স্থানীয়
১৭৭ শ্বেত কপৌ বা শ্বেত গলমণিকা কপৌ বা ইউৰেছিয়ান গলমণিকা কপৌ Eurasian Collared Dove Streptopelia decaocto স্থানীয়
১৭৮ Barred Cuckoo-dove Macropygia unchall স্থানীয়
১৭৯ ইটাগুৰীয়া হাইঠা Ashy-headed Green Pigeon Treron phayrei স্থানীয়
১৮০ হাইঠা Orange-breasted Green Pigeon Treron bicincta স্থানীয়
১৮১ কমলা-বুকুৰ হাইঠা Orange-breasted Green Pigeon Treron bicinctus স্থানীয়
১৮২ Pin-tailed Green Pigeon Treron apicauda স্থানীয়
১৮৩ বৰহাইঠা Thick-billed Green Pigeon Treron curvirostra স্থানীয়
১৮৪ হালধীয়া ঠেঙৰ হাইঠা Yellow-footed Green Pigeon Treron phoenicoptera স্থানীয়
১৮৫ Wedge-tailed Green Pigeon Treron sphenurus স্থানীয়
১৮৬ Speckled Woodpigeon Columba hodgsonii স্থানীয়
১৮৭ লালী পৰঘূমা Pale-capped Woodpigeon Columba punica স্থানীয়
১৮৮ Vernal Hanging Parrot Loriculus vernalis স্থানীয়
১৮৯ Finsch’s Parakeet Psittacula finschii স্থানীয়
১৯০ ৰঙা-মণি ভাটৌ Rosy-headed Parakeet Psittacula roseata স্থানীয়
১৯১ গলমণিকা Rose-ringed Parakeet Psittacula krameri স্থানীয়
১৯২ ৰাজ ভাটৌ Alexandrine Parakeet Psittacula eupatria স্থানীয়
১৯৩ গলপোৰা ভাটৌ Red-breasted Parakeet Psittacula alexandri স্থানীয়
১৯৪ Violet Cuckoo Chrysococcyx xanthorhynchus পৰিভ্ৰমী
১৯৫ Asian Emerald Cuckoo Chrysococcyx maculatus পৰিভ্ৰমী
১৯৬ Plaintive Cuckoo Cacomantis passerinus স্থানীয়
১৯৭ Banded Bay Cuckoo Cacomantis sonneratii স্থানীয়
১৯৮ ‘Fork-tailed’ Drongo-cuckoo Surniculus dicruroides পৰিভ্ৰমী
১৯৯ Jacobin Cuckoo Clamator jacobinus পৰিভ্ৰমী
২০০ Chestnut-winged Cuckoo Clamator coromandus পৰিভ্ৰমী
২০১ কেতেকী Indian Cuckoo Cuculus micropterus পৰিভ্ৰমী
২০২ কুলি Asian Koel Eudynamys scolopaceus স্থানীয়
২০৩ Common Cuckoo Cuculus canorus পৰিভ্ৰমী
২০৪ Himalayan Cuckoo Cuculus saturatus পৰিভ্ৰমী
২০৫ Small Cuckoo Cuculus poliocephalus পৰিভ্ৰমী
২০৬ Large Hawk-cuckoo Hierococcyx sparverioides স্থানীয়
২০৭ Whistling Hawk-cuckoo Hierococcyx nisicolor পৰিভ্ৰমী
২০৮ Green-billed Malkoha Phaenicophaeus tristis স্থানীয়
২০৯ Lesser Coucal Centropus bengalensis স্থানীয়
২১০ Greater Coucal Centropus sinensis স্থানীয়
২১১ Brown Hawk-owl Ninox scutulata স্থানীয়
২১২ Oriental Bay Owl Phodilus badius স্থানীয়
২১৩ Common Barn-owl Tyto alba স্থানীয়
২১৪ Eastern Grass-owl Tyto longimembris স্থানীয়
২১৫ Tawny Fish-owl Ketupa flavipes স্থানীয়
২১৬ হুদু চৰাই Brown Fish-owl Ketupa zeylonensis স্থানীয়
২১৭ Buffy Fish-owl Ketupa ketupu স্থানীয়
২১৮ Forest Eagle-owl Ketupa nipalensis স্থানীয়
২১৯ Dusky Eagle-owl Bubo coromandus স্থানীয়
২২০ Short-eared Owl Asio flammeus পৰিভ্ৰমী
২২১ Brown Wood-owl Strix leptogrammica স্থানীয়
২২২ Collared Scops-owl Otus lettia স্থানীয়
২২৩ Oriental Scops-owl Otus sunia স্থানীয়
২২৪ Mountain Scops-owl Otus spilocephalus স্থানীয়/ পৰিভ্ৰমী
২২৫ ফুটুকী ফেঁচা Spotted Owlet Athene brama স্থানীয়
২২৬ কুৰুলী ফেঁচা Asian Barred Owlet Glaucidium cuculoides স্থানীয়
২২৭ Collared Owlet Glaucidium brodiei স্থানীয়
২২৮ Hodgson’s Frogmouth Batrachostomus hodgsoni স্থানীয়
২২৯ Grey Nightjar Caprimulgus jotaka স্থানীয়
২৩০ Large-tailed Nightjar Caprimulgus macrurus স্থানীয়
২৩১ Savanna Nightjar Caprimulgus affinis স্থানীয়
২৩২ লক্ষ্মী ফেঁচা Barn Owl Tyto alba
২৩৩ ঘৰ বতাহী House Swift Apus nipalensis
২৩৪ তাল বতাহী Asian Palm-Swift Cypsiurus balasiensis স্থানীয়
২৩৫ Himalayan Swiftlet Aerodramus brevirostris স্থানীয়
২৩৬ Little Swift Apus affinis স্থানীয়
২৩৭ Blyth’s Swift Apus leuconyx পৰিভ্ৰমী
২৩৮ Black-billed Roller Coracias bnghalensis affinis স্থানীয়
২৩৯ Dollarbird Eurystomus orientalis স্থানীয়
২৪০ কাকৈশিৰা Hoopoe Upupa epops স্থানীয়
২৪১ কাঠনি‍ বোৱাৰী Red-headed Trogon Harpactes erythrocephalus স্থানীয়
২৪২ মাছোৰোকা Kingfisher Alcedo স্থানীয়
২৪৩ ক’লামূৰীয়া মাছৰোকা Black-capped Kingfisher Halcyon pileata পৰিভ্ৰমী
২৪৪ Ruddy Kingfisher Halcyon coromanda পৰিভ্ৰমী
২৪৫ বগা বুকুৱা মাছৰোকা White-throated Kingfisher Halcyon smyrnensis স্থানীয়/ পৰিভ্ৰমী
২৪৬ বৰঠুটিয়া মাছৰোকা Stork-billed Kingfisher Pelargopsis capensis স্থানীয়
২৪৭ Common Kingfisher Alcedo atthis স্থানীয়
২৪৮ Blyth’s Kingfisher Alcedo hercules স্থানীয়
২৪৯ Blue-eared Kingfisher Alcedo meninting স্থানীয়
২৫০ Himalayan Pied Kingfisher Ceryle lugubrid স্থানীয়
২৫১ পখৰা মাছোৰোকা Lesser Pied Kingfisher Ceryle rudis স্থানীয়
২৫২ Black-backed Dwarf Kingfisher Ceyx erithaca পৰিভ্ৰমী
২৫৩ জিঞাখাটী Blue-tailed Bee-eater Merops philippinus পৰিভ্ৰমী
Blue-tailed Bee-eater (Merops philippinus) - Flickr - Lip Kee (3)
Blue-tailed Bee-eater (Merops philippinus) - Flickr - Lip Kee (3)
২৫৪ Chestnut-headed Bee-eater Merops leschenaulti পৰিভ্ৰমী
২৫৫ Little Green Bee-eater Merops orientalis স্থানীয়
২৫৬ Blue-bearded Bee-eater Nyctyormis athertoni স্থানীয়
২৫৭ পাকৈঢোৰা Oriental Pied Hornbill Anthracoceros albirostris স্থানীয়
২৫৮ Rufous-necked Hornbill Aceros nipalensis স্থানীয়
২৫৯ Great Pied Hornbill Buceros bicornis স্থানীয়
২৬০ Wreathed Hornbill Rhyticeros undulatus স্থানীয়
২৬১ নীলকণ্ঠী হেটুলুকা Blue throated Barbet Megalaima asiatica স্থানীয়
Blue-throated Barbet (Megalaima asiatica) on Kapok (Ceiba pentandra) in Kolkata W IMG 4292
Blue-throated Barbet (Megalaima asiatica) on Kapok (Ceiba pentandra) in Kolkata W IMG 4292
২৬২ ঘোং কোলোং হেটুলুকা Lineated Barbet Megalaima lineata স্থানীয়
Lineated Barbet (Megalaima lineata) - Flickr - Lip Kee (1)
Lineated Barbet (Megalaima lineata) - Flickr - Lip Kee (1)
২৬৩ Coppersmith Barbet Xantholaema haemacephala স্থানীয়
২৬৪ Great Barbet Megalaima virens স্থানীয়
২৬৫ Blue-eared Barbet Megalaima australis স্থানীয়
২৬৬ Golden-throated Barbet Megalaima franklini স্থানীয়
২৬৭ Eurasian Wryneck Jynx torquilla পৰিভ্ৰমী
২৬৮ Speckled Piculet Vivia innominata স্থানীয়
২৬৯ White-browed Piculet Sasia ochracea স্থানীয়
২৭০ ৰঙামূৰীয়া বাঢ়ৈটোকা Greater Flameback
২৭১ সোণ বাঢ়ৈটোকা Lesser Gold-backed Wood.Pecker Dinopium benghalense
২৭২ Grey-capped Pygmy Woodpecker Dendrocopos canicapillus স্থানীয়
২৭৩ Fulvous-breasted Pied Woodpecker Dendrocopos macei স্থানীয়
২৭৪ Streak-throated Woodpecker Picus xanthopygaeus স্থানীয়
২৭৫ Greater Yellownape Chrysophlegma flavinucha স্থানীয়
২৭৬ Lesser Yellownape Picus cholorolophus স্থানীয়
২৭৭ Grey-faced Woodpecker Picus canus স্থানীয়
২৭৮ Rufous Woodpecker Microptermus brachyurus স্থানীয়/ পৰিভ্ৰমী
২৭৯ Bay Woodpecker Blythipicus pyrrhotis স্থানীয়
২৮০ Pale-headed Woodpecker Gecinulus grantia স্থানীয়
২৮১ বৰ ছাইয়া বাঢ়ৈটোকা Great Slaty Woodpecker Mulleripicus pulverulentus স্থানীয়
২৮২ Long-tailed Broadbill Psarisomus dalhousiae স্থানীয়
২৮৩ Silver-breasted Broadbill Serilophus lunatus স্থানীয়
২৮৪ Hooded Pitta Pitta sordida পৰিভ্ৰমী
২৮৫ Blue-naped Pitta Hydrornis nipalensis স্থানীয়
২৮৬ Bengal Bushlark Mirafra assamica স্থানীয়
২৮৭ Oriental Skylark Alauda gulgula স্থানীয়
২৮৮ Sand Lark Calandrella raytal স্থানীয়
২৮৯ Grey-throated Sand-martin Riparia chinensis স্থানীয়
২৯০ Asian House-martin Delichon dasypus স্থানীয়
২৯১ চাতক Barn Swallow Hirundo rustica পৰিভ্ৰমী
২৯২ Red-rumped Swallow Cecropis daurica পৰিভ্ৰমী
২৯৩ বগা বালিমাহী White Wagtail Motacilla alba পৰিভ্ৰমী
২৯৪ Western Yellow Wagtail Motacilla flava beema পৰিভ্ৰমী
২৯৫ Grey Wagtail Motacilla cinerea পৰিভ্ৰমী
২৯৬ Citrine Wagtail Motacilla c. citreola পৰিভ্ৰমী
২৯৭ কেঁচুখাটী Olive-backed Pipit Anthus hodgsoni পৰিভ্ৰমী
২৯৮ Rosy Pipit Anthus roseatus পৰিভ্ৰমী
২৯৯ Richard’s Pipit Anthus richardi পৰিভ্ৰমী
৩০০ Paddyfield Pipit Anthus rufulus স্থানীয়
৩০১ বাৰীসুন্দৰী Asian Paradise Flycatcher Terpsiphone paradise পৰিভ্ৰমী
৩০২ স্থানীয়/পৰিভ্ৰমী
৩০৩ Ashy Woodswallow Artamus Woodswallow স্থানীয়
৩০৪ Large Woodshrike Tephrodornis gularis স্থানীয়
৩০৫ Pied Flycatcher-shrike Hemipus picatus স্থানীয়
৩০৬ Black-winged Cuckooshrike Lalage melaschistos স্থানীয়
৩০৭ Large Cuckooshrike Coracina macei স্থানীয়
৩০৮ ৰূপহী Rosy Minivet Pericrocotus roseus পৰিভ্ৰমী
৩০৯ Long-tailed Minivet Pericrocotus ethologus স্থানীয়
৩১০ Short-billed Minivet Pericrocotus brevirostris স্থানীয়
৩১১ Scarlet Minivet Pericrocotus speciosus স্থানীয়
৩১২ Grey-chinned Minivet Pericrocotus solaris স্থানীয়
৩১৩ Small Minivet Pericricotus cinnamomeus স্থানীয়
৩১৪ ‘Black-headed’ Long-tailed Shrike Lanius schach tricolor group স্থানীয়
৩১৫ বাঘ চৰাই Grey-backed Shrike Lanius tephronotus পৰিভ্ৰমী
৩১৬ Brown Shrike Lanius c. cristatus পৰিভ্ৰমী
৩১৭ ফেচুলুকা Red-vented Bulbul Pycnonotus cafer স্থানীয়
৩১৮ বুলবুলি Red-whiskered Bulbul Pycnonotus jocosus স্থানীয়
৩১৯ Himalayan Black Bulbul Hypsipetes leucocephalus স্থানীয়
৩২০ Ashy Bulbul Hemixos flavala স্থানীয়
৩২১ Olive Bulbul Iole virescens স্থানীয়
৩২২ Mountain Bulbul Ixos mcclellandii স্থানীয়
৩২৩ White-throated Bulbul Alophoixus flaveolus স্থানীয়
৩২৪ Black-crested Bulbul Pycnonotus flaviventris স্থানীয়
৩২৫ Black-headed Bulbul Microtarsus atriceps স্থানীয়
৩২৬ Crested Finchbill Pycnonotus canifrons স্থানীয়
৩২৭ Flavescent Bulbul Pycnonotus flavascens স্থানীয়
৩২৮ Striated Bulbul Pycnonotus striatus স্থানীয়
৩২৯ বিহুৱতী চৰাই Common Iora Aegithina tipkia স্থানীয়
৩৩০ Orange-bellied Leafbird Chloropsis hardwickii স্থানীয়
৩৩১ পাত চৰাই/সোণকপালী পাত চৰাই[4] Gold-fronted Leafbird Chloropsis aurifrons স্থানীয়
৩৩২ Blue-winged Leafbird Chloropsis cochinchinensis স্থানীয়
৩৩৩ Asian Fairy Bluebird Irena puella স্থানীয়
৩৩৪ ৰাজকোঁৱৰ (চৰাই) Black-naped Monarch Hypothymis azurea স্থানীয়
৩৩৫ নাচনী চৰাই White-throated Fantail Rhipidura albicollis স্থানীয়
৩৩৬ Yellow-bellied Fantail Chelidorhynx hypoxantha স্থানীয়
৩৩৭ Brown Dipper Cicclus pallasii স্থানীয়
৩৩৮ Purple Cochoa Cochoa purpurea পৰিভ্ৰমী
৩৩৯ Green Cocoa Cochoa viridis পৰিভ্ৰমী
৩৪০ Chestnut-bellied Rock-thrush Monticola rufiventris স্থানীয়
৩৪১ Blue Rock-thrush Monticola solitarius পৰিভ্ৰমী
৩৪২ Orange-headed Thrush Geokichla citrina স্থানীয়
৩৪৩ Blue Whistling-thrush Myophonus caeruleus স্থানীয়
৩৪৪ Black-throated Thrush Turdes atrogularis পৰিভ্ৰমী
৩৪৫ Red-throated Thrush Turdes ruficollis পৰিভ্ৰমী
৩৪৬ Tickell’s Thrush Turdes unicolor পৰিভ্ৰমী
৩৪৭ Grey-sided Thrush Turdes feae পৰিভ্ৰমী
৩৪৮ Eyebrowed Thrush Turdes obscurus পৰিভ্ৰমী
৩৪৯ Dusky Thrush Turdus eunomus পৰিভ্ৰমী
৩৫০ Black-breasted Thrush Turdus dissimilis স্থানীয়
৩৫১ White collared Blackbird Turdus albocinctus স্থানীয়
৩৫২ Grey-winged Blackbird Turdus boulboul পৰিভ্ৰমী
৩৫৩ Chestnut Thrush Turdus r. rubrocanus পৰিভ্ৰমী
৩৫৪ Long-tailed Thrush Zoothera dixoni পৰিভ্ৰমী
৩৫৫ Small-billed Scaly Thrush Zoothera dauma পৰিভ্ৰমী
৩৫৬ Long-billed Ground-thrush Zoothera monticola স্থানীয়
৩৫৭ Dark-sided Ground-thrush Zoothera marginata স্থানীয়
৩৫৮ White-browed Shorting Brachypteryx montana স্থানীয়
৩৫৯ Lesser Shortwing Brachypteryx leucophris স্থানীয়
৩৬০ White-tailed Blue Robin Myiomela leucura স্থানীয়
৩৬১ Himalayan Red-flanked Bush-robin Tarsiger rufilatus পৰিভ্ৰমী
৩৬২ Indian Blue Robin Larvivora brunnea পৰিভ্ৰমী
৩৬৩ Golden Bush-robin Tarsiger chrysaeus পৰিভ্ৰমী
৩৬৪ Bluethroat Luscinia s. svecica পৰিভ্ৰমী
৩৬৫ Siberian Rubythroat Calliope calliope পৰিভ্ৰমী
৩৬৬ খোলাকটি White-rumped Shama Copsychus malabaricus স্থানীয়
৩৬৭ দহিকতৰা Oriental Magpie-robin Copsychus saularis স্থানীয়
৩৬৮ White-crowned Forktail Enicurus leschenaulti স্থানীয়
৩৬৯ Little Forktail Enicurus scouleri স্থানীয়
৩৭০ Slaty-backed Forktail Enicurus schistaceus স্থানীয়
৩৭১ Black-backed Forktail Enicurus immaculatus স্থানীয়
৩৭২ Spotted Forktail Enicurus maculatus স্থানীয়
৩৭৩ Black Redstart Phoenicurus ochruros rufiventris পৰিভ্ৰমী
৩৭৪ Daurian Redstart Phoenicurus auroreus পৰিভ্ৰমী
৩৭৫ Hodgson’s Redstart Phoenicurus hodgsoni পৰিভ্ৰমী
৩৭৬ Blue-fronted Redstart Phoenicurus frontalis পৰিভ্ৰমী
৩৭৭ Plumbeous Water-redstart Phoenicurus fuliginosus স্থানীয়
৩৭৮ White-capped River-chat Phoenicurus leucocephalus স্থানীয়
৩৭৯ Hodgson’s Blue Robin Hodgsonius phaenicuroides পৰিভ্ৰমী
৩৮০ Pied Bushchat Saxicola caprata স্থানীয়
৩৮১ শিলকতৰা Siberian Stonechat Saxicola m. maurus পৰিভ্ৰমী
৩৮২ White-tailed Stonechat Saxicola leucurus স্থানীয়
৩৮৩ ৰূপহী চমকা চৰাই Jerdon’s Bushchat Rhodophila jerdoni স্থানীয়
৩৮৪ Grey Bushchat Rhodophila ferrea স্থানীয়
৩৮৫ গলমণিকা নাচনী Red-throated Flycatcher Ficedula albicilla পৰিভ্ৰমী
৩৮৬ নীলা নাচনী Slaty-blue Flycatcher Ficedula tricolor স্থানীয়
৩৮৭ ইটা-গুড়িয়া নাচনী চৰাই Ferruginous Flycatcher Muscicapa ferruginea স্থানীয়
৩৮৮ Dark-sided Flycatcher Muscicapa sibirica পৰিভ্ৰমী
৩৮৯ এধানি নাচনী Little Pied Flycatcher Ficedula westermanni স্থানীয়
৩৯০ White-gorgeted Flycatcher Anthipes monileger স্থানীয়
৩৯১ Ultramarine Flycatcher Ficedula supercilliaris স্থানীয়
৩৯২ Orange-gorgeted Flycatcher Ficedula strophiata স্থানীয়
৩৯৩ Slaty-backed Flycatcher Ficedula sordida পৰিভ্ৰমী
৩৯৪ Snowy-browed Flycatcher Ficedula hyperythra স্থানীয়
৩৯৫ Sapphire Flycatcher Ficedula sapphira স্থানীয়
৩৯৬ Pale-chinned Flycatcher Cyornis poliogenys স্থানীয়
৩৯৭ Blue-throated Flycatcher Cyornis rubeculoides স্থানীয়
৩৯৮ Rufous-bellied Niltava Niltava sundara স্থানীয়
৩৯৯ নীলমতী Verditer Flycatcher Eumyias thalassinus স্থানীয়
৪০০ Pale Blue Flycatcher Cyornis unicolor স্থানীয়
৪০১ Small Niltava Niltava macgrigoriae স্থানীয়
৪০২ Large Niltava Niltava grandis স্থানীয়
৪০৩ Blue-winged Laughingthrush Trochalopteron squamatum স্থানীয়
৪০৪ Assam Laughingthrush Trochalopteron chrysopterum স্থানীয়
৪০৫ Rufous-chinned Laughingthrush Ianthocincla rufogularis স্থানীয়
৪০৬ Spot-breasted Laughingthrush Leucodioptron merulinus স্থানীয়
৪০৭ Red-faced Liocichla Liocichla phoenicea স্থানীয়
৪০৮ Rufus-necked Laughingthrush Dryonastes ruficollis স্থানীয়
৪০৯ Striped Laughingthrush Trochalopteron virgatum স্থানীয়
৪১০ Rufous-vented Laughingthrush Dryonastes gularis স্থানীয়
৪১১ White-crested Laughingthrush Leucodioptron leucolophus স্থানীয়
৪১২ Greater Necklaced Laughingthrush Garrulax pectoralis স্থানীয়
৪১৩ Lesser Necklaced Laughingthrush Leucodioptron monileger স্থানীয়
৪১৪ মুগী কাহুক Jerdon’s Babbler Chrysomma altirostre স্থানীয়
৪১৫ Yellow-eyed Babbler Chrysomma sinense স্থানীয়
৪১৬ Chestnut-capped Babbler Timalia pileata স্থানীয়
৪১৭ Pin-striped Tit-babbler Mixornis gularis স্থানীয়
৪১৮ Rufous-fronted Babbler Cyanoderma ruffifrons স্থানীয়
৪১৯ Golden Babbler Cyanoderma chrysaea স্থানীয়
৪২০ সাতভনী Jungle Babbler Turdoides striata স্থানীয়
৪২১ Grey-throated Babbler Stachyris nigriceps স্থানীয়
৪২২ Striated Babbler Turdoides earlei স্থানীয়
৪২৩ Slender-billed Scimitar Babbler Xiphirhynchus superciliaris স্থানীয়
৪২৪ Streak-breasted Scimitar Babbler Pomatorhinus ruficollis স্থানীয়
৪২৫ White-browed Scimitar Babbler Pomatorhinus schisticeps স্থানীয়
৪২৬ Large Scimitar-babbler Megapomatorhinus hypoleucos স্থানীয়
৪২৭ Black-crowned Scimitar Babbler Pomatorhinus ferruginosus স্থানীয়
৪২৮ Spot-breasted Scimitar-babbler Megapomatorhinus mcclellandi স্থানীয়
৪২৯ Long-billed Scimitar-babbler Pomatorhinus ochraceiceps স্থানীয়
৪৩০ Silver-eared Mesia Leiothrix argentauris স্থানীয়
৪৩১ Red-billed Leiothrix Leiothrix lutea স্থানীয়/পৰিভ্ৰমী
৪৩২ Black-chinned Yuhina Yuhina nigrimenta স্থানীয়
৪৩৩ White-bellied Erpornis Erpornis zantholeuca স্থানীয়
৪৩৪ Striated Yuhina Staphida castaniceps স্থানীয়
৪৩৫ Whiskered Yuhina Yuhina flavicollis স্থানীয়
৪৩৬ White-naped Yuhina Yuhina bakeri স্থানীয়
৪৩৭ Stripe-throated Yuhina Yuhina gularis স্থানীয়
৪৩৮ Rufous-winged Fulvetta Pseudominla castaneceps স্থানীয়
৪৩৯ Yellow-throated Fulvetta Pseudominla cinerea স্থানীয়
৪৪০ Golden-breasted Fulvetta Lioparus chrysotis স্থানীয়
৪৪১ White-browed Fulvetta Fulvetta vinipectus স্থানীয়
৪৪২ Rusty-capped Fulvetta Schoeniparus dubius স্থানীয়
৪৪৩ Rufous-throated Fulvetta Schoeniparus rufogularis স্থানীয়
৪৪৪ Brown-cheeked Fulvetta Alcippe poioicephala স্থানীয়
৪৪৫ Nepal Fulvetta Alcippe nipalensis স্থানীয়
৪৪৬ Rusty-fronted Barwing Actinodura egertoni স্থানীয়
৪৪৭ Rufous-backed Sibia Leioptila annectens স্থানীয়
৪৪৮ Grey Sibia Malacias gracilis স্থানীয়
৪৪৯ Indian White-hooded Babbler Gampsorhynchus rufulus স্থানীয়
৪৫০ Blue-winged Minla Siva cyanouroptera স্থানীয়
৪৫১ Bar-throated Minla Chrysominla strigula স্থানীয়
৪৫২ Red-tailed Minla Minla ignotincta স্থানীয়
৪৫৩ Black-eared Shrike-babbler Pteruthius melanotis স্থানীয়
৪৫৪ Blyth’s Shrike-babbler Pteruthius aeralatus স্থানীয়
৪৫৫ Himalayan Cutia Cutia nipalensis স্থানীয়
৪৫৬ Scaly-breasted Wren-babbler Pnoepyga albiventer স্থানীয়
৪৫৭ Pygmy Wren-babbler Pnoepgya pusilla স্থানীয়
৪৫৮ Spotted Wren-babbler Elachura formosa স্থানীয়
৪৫৯ Eyebrowed Wren-babbler Napothera epilepidota স্থানীয়
৪৬০ Streaked Wren-babbler Napothera brevicaudata স্থানীয়
৪৬১ Long-billed Wren-babbler Rimator malacoptillus স্থানীয়
৪৬২ Cachar Wedge-billed Babbler Sphenocichla roberti স্থানীয়
৪৬৩ Buff-breasted Babbler Pellorneum tickelli স্থানীয়
৪৬৪ Spot-throated Babbler Pellorneum albiventre স্থানীয়
৪৬৫ Abott’s Babbler Malacocincla abbotti স্থানীয়
৪৬৬ Puff-throated Babbler Pellorneum rufficeps স্থানীয়
৪৬৭ Black-throated Parrotbill Suthora nipalensis স্থানীয়
৪৬৮ Grey-headed Parrotbill Paradoxornis gularis স্থানীয়
৪৬৯ Pale-billed Parrotbill Paradoxornis atrosuperciliaris স্থানীয়
৪৭০ White-breasted Parrotbill Paradoxornis ruficeps স্থানীয়
৪৭১ দীঘল নেজী ভাটৌ Black-breasted Parrotbill Paradoxornis flavirostris স্থানীয়
৪৭২ Spot-breasted Parrotbill Paradoxornis guttaticollis স্থানীয়
৪৭৩ টিক টিক চৰাই Bright-capped Cisticola Cisticola exilis স্থানীয়
৪৭৪ Zitting Cisticola Cisticola juncidis স্থানীয়
৪৭৫ Rusty-rumped Warbler Locustella certhiola পৰিভ্ৰমী
৪৭৬ Indian Grassbird Graminicola bengalensis স্থানীয়
৪৭৭ Striated Grassbird Megalurus palustris স্থানীয়
৪৭৮ কাঠি চৰাই Bristled Grassbird Chaetornis striata পৰিভ্ৰমী
৪৭৯ Rufescent Prinia Prinia rufescens স্থানীয়
৪৮০ ধোঁৱাবৰণীয়া নলচুপি চৰাই Ashy Prinia Prinia socialis স্থানীয়
৪৮১ Grey-breasted Prinia Prinia hodgsonii স্থানীয়
৪৮২ Plain Prinia Prinia inornata স্থানীয়
৪৮৩ Yellow-bellied Prinia Prinia flaviventris স্থানীয়
৪৮৪ Striated Prinia Prinia cinigera স্থানীয়
৪৮৫ Graceful Prinia Prinia gracilis স্থানীয়
৪৮৬ Swamp Prinia Prinia cinerascens স্থানীয়
৪৮৭ Black-throated Prinia Prinia atrogularis স্থানীয়/পৰিভ্ৰমী
৪৮৮ Himalayan Aberrant Bush-warbler Horornis flavolivaceus স্থানীয়
৪৮৯ Strong-footed Bush-warbler Horornis forticeps স্থানীয়
৪৯০ Large Bush-warbler Oligura major পৰিভ্ৰমী
৪৯১ Grey-sided Bush-warbler Oligura brunnifrons পৰিভ্ৰমী
৪৯২ Pale footed Bush-warbler Urosphena pallidipes পৰিভ্ৰমী
৪৯৩ Korean Bush-warbler Horornis canturians পৰিভ্ৰমী
৪৯৪ Chinese Bush-warbler Locustella tacsanowskia পৰিভ্ৰমী
৪৯৫ Spotted Bush-warbler Locustella thoracica পৰিভ্ৰমী
৪৯৬ Brown Bush-warbler Locustella luteoventris স্থানীয়
৪৯৭ Russet Bush-warbler Locustella mandelli স্থানীয়
৪৯৮ Indian Reed-warbler Acrocephalus brunnescens স্থানীয়
৪৯৯ Thick-billed Warbler Phragamaticola aedon পৰিভ্ৰমী
৫০০ Blyth’s Reed-warbler Acrocephalus dumetorum স্থানীয়
৫০১ Paddyfield Warbler Acrocephalus agricola পৰিভ্ৰমী
৫০২ Blunt-winged Reed Warbler Acrocephalus concinens stevensi স্থানীয়
৫০৩ টিপচী/পাতসিয়া Common Tailorbird Orthotomus sutorius স্থানীয়
৫০৪ Black-necked Tailorbird Orthotomus atrogularis স্থানীয়
৫০৫ Mountain Tailorbird Phyllergates cuculatus স্থানীয়
৫০৬ Slaty-bellied Tesia Tesia olivea স্থানীয়
৫০৭ Yellow-browed Tesia Tesia cyaniventer স্থানীয়
৫০৮ Chestnut-headed Tesia Oligura castaneocorornata স্থানীয়
৫০৯ Broad-billed Warbler Tickellia hodgsoni স্থানীয়
৫১০ Rufous-faced Warbler Abroscopus albogularis স্থানীয়
৫১১ Yellow-bellied Warbler Abroscopus superciliaris স্থানীয়
৫১২ Chestnut-crowned Warbler Seicercus castaniceps স্থানীয়
৫১৩ Grey-hooded Warbler Phylloscopus xanthoscschistos স্থানীয়
৫১৪ Grey-cheeked Warbler Seicercus poliogenys স্থানীয়
৫১৫ বগা চকুৱা চটচটী White-spectacled Warbler Seicercus affinis স্থানীয়
৫১৬ Whistler’s Warler Seicercus whistleri স্থানীয়
৫১৭ ধোঁৱামূৰীয়া নাচনী Grey-headed Canary-flycatcher Culicicapa ceylonensis স্থানীয়
৫১৮ Dusky Warbler Phylloscopus f.fuscatus পৰিভ্ৰমী
৫১৯ Tickell’s Leaf-warbler Phylloscopus affinis পৰিভ্ৰমী
৫২০ Greenish Warbler Phylloscopus t. trochiloides পৰিভ্ৰমী
৫২১ Blyth’s Leaf-warbler Phylloscopus reguloides স্থানীয়
৫২২ Yellow-browed Leaf-warbler Phylloscopus inornatus পৰিভ্ৰমী
৫২৩ Mandelli’s Leaf-warbler Phylloscopus mandellii পৰিভ্ৰমী
৫২৪ Orange-barred Leaf-warbler Phylloscopus pulcher পৰিভ্ৰমী
৫২৫ Lemon-rumped Leaf-warbler Phylloscopus chloronotus পৰিভ্ৰমী
৫২৬ Grey-faced Leaf-warbler Phylloscopus maculipennis স্থানীয়
৫২৭ Yellow-vented Warbler Phylloscopus cantator স্থানীয়
৫২৮ ভদৰকলি Great Tit "Parus major’' স্থানীয়
৫২৯ Cinereus Tit Parus cinereus স্থানীয়
৫৩০ Green-backed Tit Parus monticolus স্থানীয়
৫৩১ Red-headed Tit Aegithalos iredalei স্থানীয়
৫৩২ Black-spotted Yellow Tit Parus spilonotus স্থানীয়
৫৩৩ Sultan Tit Melanochlora sultanea স্থানীয়
৫৩৪ Wallcreeper Tichodroma muraria পৰিভ্ৰমী
৫৩৫ Velvet-fronted Nuthatch Sitta frontalis স্থানীয়
৫৩৬ Chestnut-bellied Nuthatch Sitta cinnamoventris স্থানীয়
৫৩৭ জেঠী চৰাই Beautiful Nuthatch Sitta formosa স্থানীয়
৫৩৮ ফুলটোকা চৰাই/ ৰঙাপিঠীয়া ফুলটোকা Scarlet Backed Flowerpecker Dicaeum ignipectus স্থানীয়
৫৩৯ Plain Flowerpecker Dicaeum minullum স্থানীয়
৫৪০ Thick-billed Flowerpecker Pachyglossa agile স্থানীয়
৫৪১ Yellow-vented Flowerpecker Pachyglossa chrysorrhea স্থানীয়
৫৪২ Fire-breasted Flowerpecker Dicaeum ignipectus স্থানীয়
৫৪৩ Yellow-bellied Flowerpecker Pachyglossa melanoxantha স্থানীয়
৫৪৪ পাতমুগী,বগা চকুৱা টিপচী[3] Indian White-eye Zosterops palpebrosus স্থানীয়
৫৪৫ মৌপিয়া Crimson Sunbird Aethopyga siparaja স্থানীয়
৫৪৬ Ruby-cheeked Sunbird Chalcoparia singalensis স্থানীয়
৫৪৭ বেঙুণীয়া মৌপিয়া Purple Sunbird Cinnyris asiaticus স্থানীয়
৫৪৮ Fire-tailed Sunbird Aethopyga ignicauda স্থানীয়
৫৪৯ Mrs Gould’s Sunbird Aethopyga gouldiae স্থানীয়
৫৫০ Black-breasted Sunbird Aethopyga saturata স্থানীয়
৫৫১ Green-tailed Sunbird Aethopyga nipalensis স্থানীয়
৫৫২ Streaked Spiderhunter Arachnothera magna স্থানীয়
৫৫৩ মকৰাখাঁতী Little Spiderhunter Arachnothera longirostra স্থানীয়
৫৫৪ Little Bunting Emberiza pusilla পৰিভ্ৰমী
৫৫৫ Chestnut-eared Bunting Emberiza fucata পৰিভ্ৰমী
৫৫৬ Yellow-breasted Bunting Emberiza aureola পৰিভ্ৰমী
৫৫৭ Black-faced Bunting Emberiza spodocephala পৰিভ্ৰমী
৫৫৮ Common Rosefinch Erythrina erythrina roseata পৰিভ্ৰমী
৫৫৯ Scarlet Finch Haematospiza sipahi স্থানীয়
৫৬০ ৰঙা টুনি Red Avadavat Amandava amandava স্থানীয়
৫৬১ ফুটুকী টুনি Scaly-breasted Munia Lonchura punctulata স্থানীয়
৫৬২ ক’লা টুনি Chestnut Munia Lonchura atricapilla স্থানীয়
৫৬৩ White-rumped Munia Lonchura striata স্থানীয়
৫৬৪ ঘৰচিৰিকা/ঘনচিৰিকা House Sparrow Passer domesticus স্থানীয়
৫৬৫ বনচিৰিকা Eurasian Tree Sparrow Passer montanus স্থানীয়
৫৬৬ Cinnamon Sparrow Passer rutilans স্থানীয়
৫৬৭ টোকোৰা Black-breasted Weaver Ploceus benghalensis স্থানীয়
৫৬৮ Eastern Baya Weaver Ploceus philippinus burmanicus স্থানীয়
৫৬৯ Streaked Weaver Ploceus manyar স্থানীয়
৫৭০ Finn’s Weaver Ploceus megarhynchus স্থানীয়
৫৭১ সখিয়তী Black-hooded Oriole Oriolus xanthornus স্থানীয়
৫৭২ Maroon Oriole Oriolus traillii স্থানীয়
৫৭৩ Slender-billed Oriole Oriolus tenuirostris পৰিভ্ৰমী
৫৭৪ Black-naped Oriole Oriolus chinensis diffusus পৰিভ্ৰমী
৫৭৫ ফেঁচু Black Drongo Dicrurus macrocercus স্থানীয়
৫৭৬ ভীমৰাজ Greater Racket-tailed Drongo Dicrurus paradiseus স্থানীয়
৫৭৭ Ashy Drongo Edolius leucophaeus স্থানীয়
৫৭৮ Bronzed Drongo Chaptia aenea স্থানীয়
৫৭৯ Lesser Racket-tailed Drongo Dicrurus remifer স্থানীয়
৫৮০ Hair-crested Drongo Dicrurus hottentottus স্থানীয়
৫৮১ কাঠ শালিকা Chestnut-tailed Starling / Grey-headed Starling Sturnia malabarica স্থানীয়
৫৮২ Spot-winged Starling Saroglossa spiloptera পৰিভ্ৰমী
৫৮৩ কাণকুৰিকা Asian Pied Starling Gracupica contra স্থানীয়
৫৮৪ গাং শালিকা Bank Myna Acridotheres ginginianus স্থানীয়
৫৮৫ চুটীয়া শালিকা Jungle Myna Acridotheres fuscus স্থানীয়
৫৮৬ ঘৰ শালিকা Common Myna Acridotheres tristis স্থানীয়
৫৮৭ White-vented Myna Acridotheres grandis স্থানীয়
৫৮৮ Common Hill-myna Gracula religiosa স্থানীয়
৫৮৯ পাটিকাউৰী House Crow Corvus splendens স্থানীয়
৫৯০ ঢোৰাকাউৰী Eastern Jungle Crow Corvus macrorhynchos levailantii স্থানীয়
৫৯১ কোকলোঙা, কলখাতী, কলখাইতী, চেকচেকী Rufous Treepie Dendrocitta vagabunda স্থানীয়
৫৯২ Common Green Magpie Cissa chinensis স্থানীয়
৫৯৩ Grey Treepie Dendrocitta formosae স্থানীয়
৫৯৪ কিকি হাঁহ Cotton Pygmy Goose Nettapus coromandelianus স্থানীয়/ পৰিভ্ৰমী
৫৯৫ কুটুম চৰাই Water Cock Gallicrex cinerea স্থানীয়/ পৰিভ্ৰমী
৫৯৬ ৰামপৰা Brown headed Gull Larus brunicephalus স্থানীয়/ পৰিভ্ৰমী



তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. http://envis.nic.in
  2. Birds of South Asia: The Ripley Guide. Volumes 1 & 2 (9788487334672): Pamela C. Rasmussen, John C. Anderton
  3. 3.0 3.1 ৰঞ্জন কুমাৰ দাস (২০০৬). পখীৰ কাকলিত ডিব্ৰু-ছৈখোৱা. Minivet Publications. পৃষ্ঠা. ১২৫-১৪৩. 
  4. "সোণকপালী পাত চৰাই". https://porikhya.com/asm-eng-meaning/9496906879। আহৰণ কৰা হৈছে: 19 October 2024. 
  1. অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি- সৌম্যদ্বীপ দত্ত
  2. The Birds of Assam- Anwaruddin Choudhury